--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : আমেৰিকাতো অব্যাহত আছে ক’ভিড সংক্ৰমণ। এনে পৰিপ্ৰেক্ষিতত ইয়াৰো মোকাবিলা কৰিবলৈ দেশখনে নতুন পদক্ষেপ গ্ৰহণ কৰিছে। এই মহামাৰীৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে প্ৰতিষেধক গ্ৰহণেই একমাত্ৰ অস্ত্ৰ হিচাপে চিহ্নিত হৈছে। দুপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিলেই এজন লোকৰ সম্পূৰ্ণ টিকাকৰণ কৰা বুলি ধৰা হয় যদিও শেহতীয়াকৈ একাধিক দেশে প্ৰতিষেধকৰ তৃতীয় পালি বুষ্টাৰ হিচাপে দিয়াৰ পদক্ষেপো গ্ৰহণ কৰিছে।

প্ৰথমে ইজৰাইল আৰু এতিয়া আমেৰিকাই এই পদক্ষেপ গ্ৰহণ কৰিছে। কালি আমেৰিকাই অতিৰিক্ত এপালি ক’ভিড প্ৰতিষেধক প্ৰদানত অনুমোদন জনায়। প্ৰতিৰোধ ক্ষমতা কম থকা লোকক এই অতিৰিক্ত পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰিব দেশখনে। দেশখনত ক’ভিডৰ ডেল্টা সংক্ৰমণৰ সৈতে যুঁজ চলি থকাৰ মাজতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আমেৰিকাৰ ‘ফুড এণ্ড ড্ৰাগছ এডমিনিষ্ট্ৰেচন’ (এফডিএ)-এ ফাইজাৰ বায়’টেক আৰু মডেৰ্না ভেকচিনৰ তৃতীয় পালি প্ৰদান কৰাৰ বাবে জৰুৰী অনুমোদন প্ৰদান কৰিছে। এফ ডি এৰ আয়ুক্ত জেনেট উডককে এক বিজ্ঞপ্তিৰ জৰিয়তে এইকথা সদৰি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ