--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ভূমিকম্পত কম্পমান আফগানিস্তান। ভূমিকম্পৰ কবলত পৰা দেশখনৰ অৱস্থা এতিয়া তথৈবচ। ইয়াৰোপৰি দেশখনত ৰাজনৈতিক অস্থিৰতা বৰ্তি আছেই। তেনে পৰিপ্ৰেক্ষিতত প্ৰাকৃতিক দুৰ্যোগে আফগানবাসীক আৰু অধিক আতংকিত কৰি তুলিছে।

দশক দশক ধৰি চলি অহা সংঘাত, ভয়াৱহ খৰাং, অৰ্থনৈতিক মন্দাৱস্থাই ইতিমধ্যে অভূতপূৰ্ব সংকটৰ সৃষ্টি কৰিছে দেশখনত।  আফগানিস্তানৰ তালিবান চৰকাৰে এই দুৰ্যোগৰ সময়ত আৰ্থিক সাহায্যৰ বাবে আন্তৰ্জাতিক দৰবাৰকো জনাইছে অনুৰোধ।

আফগানিস্তানৰ তাৰকা লেগ স্পিনাৰ ৰছিদ খানে শ্বাহিদ আফ্ৰিদী, হাৰ্দিক পাণ্ডিয়া, ডুৱাইন ব্ৰাভোৰ দৰে জনপ্ৰিয় ক্ৰিকেটাৰক তেওঁৰ দেশখনৰ জনতাৰ সাহায্যৰ বাবে আহ্বান জনাইছে। ৰছিদে টুইটাৰত লিখিছে, ‘আপোনালোক সকলোৱে জানে যে আমাৰ দেশ আফগানিস্তান ভূমিকম্পত বিধ্বস্ত হৈ পৰিছে। বহু লোকৰ মৃত্যু হৈছে, বহুতে আহত হৈছে, বহুতে ক্ষতিগ্ৰস্ত হৈছে।’ তেওঁ লগতে কয়, ‘নিসন্দেহেঃ এই কঠিন সময়ত আপোনালোকৰ সমৰ্থন অতি গুৰুত্বপূৰ্ণ।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ