--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কংগ্ৰেছ ত্যাগ কৰিছিল হোজাই জিলা কংগ্ৰেছৰ সংখ‍্যালঘু কোষৰ সভাপতিগৰাকীয়ে।

ডিজিটেল ডেস্ক: সুদীৰ্ঘ ২০ বছৰ কংগ্ৰেছত থাকিও বাৰে বাৰে টিকটৰ পৰা বঞ্চিত হৈছিল ছাহাব উদ্দিন মজুমদাৰ। অগপত যোগদানৰ দুঘণ্টাৰ ভিতৰতে পালে তেওঁ লাভ কৰিলে টিকট।


যোগদান কৰাৰ দিনাই অগপৰ টিকট লাভ কৰি উৎফুল্লিত প্ৰাৰ্থী ছাহাব উদ্দিন মজুমদাৰ । 

বিন্নাকান্দি সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট বিচাৰি বঞ্চিত হৈ ছাহাব উদ্দিন মজুমদাৰে বৃহস্পতিবাৰে কংগ্ৰেছ ত‍্যাগ কৰি যোগদান কৰিছিল অগপ দলত।


যোগদান কৰিয়েই অগপ দলৰ বিন্নাকান্দিৰ টিকট লাভ কৰিলে ছাহাব উদ্দিন মজুমদাৰে।


টিকট লাভ কৰিয়েই নিজকে সৌভাগ্যবান বুলি অনুভৱ কৰিছে প্ৰাৰ্থীগৰাকীয়ে। 


উল্লেখ্য যে বিগত দুটা দশক ধৰি কংগ্ৰেছ কৰিও বাৰে বাৰে টিকটৰ পৰা বঞ্চিত হৈছিল ছাহাব উদ্দিন মজুমদাৰ।


কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কংগ্ৰেছ ত্যাগ কৰিছিল হোজাই জিলা কংগ্ৰেছৰ সংখ‍্যালঘু কোষৰ সভাপতিগৰাকীয়ে।


তেওঁৰ কন‍্যা তথা চৌধুৰীবজাৰ জিলা পৰিষদৰ সদস‍্যা ছবনম চুলতানা মজুমদাৰেও পিতৃৰ লগতে যোগদান কৰে অগপত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ