--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পানী হৈছে প্ৰাণীৰ প্ৰাঁণ৷ কিন্তু সঠিক পদ্ধতিৰে পানী পান নকৰিলে দেহত নানা ৰোগে দেখা দিব পাৰে৷ বহুলোকৰ ক্ষেত্ৰত দেখা যায়  যে খাদ্য খোৱাৰ ঠিক পিছতে  বা খোৱাৰ লগে লগে পানী খায়৷ ইয়াৰ  ফলত  পেটৰ বিকাৰ হোৱাৰ আশংকা থাকে৷ কিছুমান লোকৰ অভ্যাস আছে যে তেওঁলোকে খোৱাৰ সময়ত খাদ্যতকৈ অধিক পানীহে খায়, এনেদৰে  পানী খোৱাৰ খোৱাৰ ফলত  পানীয়ে পাকস্থলী পূৰ্ণ কৰি পেলায়৷ 

ফলত সঠিক পৰিমাণৰ আহাৰ গ্ৰহণ কৰাত অসুবিধা আহি পৰিব পাৰে৷ আহাৰ খোৱাৰ ঠিক পিছতে অথবা আহাৰ খাই থকাৰ মাজতে পানী খাই থাকিলে পেটত অধিক পৰিমাণে গেষ্ট্ৰিক ৰস সৃষ্টি হোৱাত বাধা দিয়ে৷  খাদ্য খোৱাৰ লগে লগে খোৱা পানী খালে পেটত  গেষ্ট্ৰিক ৰস নিৰ্গমনহোৱা মন্থৰ হৈ পৰে৷  গেষ্ট্ৰিক ৰসে খাদ্য হজম কৰাত সহায় কৰে৷ কিন্তু খাদ্য খোৱাৰ লগে লগে পানী খালে পাকস্থলীৰ ভিতৰত এচিড প্ৰস্তুৰ ভাৰসাম্য নোহোৱা হৈ পৰে৷  ইয়াৰ ফলত গেছ হ’ব পাৰে৷ 

আয়ুৰ্বেদিক বিশেষজ্ঞসকলৰ মতে  খোৱাৰ সময়ত বা ঠিক পিছতে পানী খালে দেহত   প্ৰায় ১০৩  প্ৰকাৰৰ ৰোগ হ’ব পাৰে৷  সেয়েহে খাদ্য খোৱাৰ সময়ত বাবে ঠিক পিছতে পানী পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। আমি সকলোৱে জানো যে এটা ভাল আৰু স্বাস্থ্যৱান শৰীৰৰ বাবে পেট ভালে থকাটো  অতি প্ৰয়োজনীয় কথা৷  কিয়নো আমাৰ গোটেই শৰীৰৰ কাম কৰাৰ শক্তি যোগোৱা মুখ্য যন্ত্ৰটোৱেই হৈছে  পেট ৷ 

যদি  পেট ভালে নাথাকে আমি কেনেকৈ স্বাস্থ্যৱান হৈ থাকিম? স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে আহাৰ গ্ৰহণৰ প্ৰায় এঘণ্টা পিছতহে পানী খাব লাগে৷ এনে কৰিলে এচিডৰ মাত্ৰা সঠিক হৈ থাকিব আৰু খাদ্যও ভালদৰে হজম হ’ব৷ 











FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব