--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ভাৰতীয় নৌসেনাৰ এসময়ৰ গুৰুত্বপূৰ্ণ অংগ এয়াৰক্ৰাফ্ট কেৰিয়াৰ ‘আইএনএছ বিৰাট’ক বিনষ্ট কৰাত বাধা আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে। ভাৰতীয় নৌসেনাৰ পৰা অব্যাহতি দিয়াৰ পাছত আইএনএছ বিৰাটক ভাঙি পেলোৱাৰ ব্যৱস্থা কৰা হৈছিল।

আৰু পঢ়িব পাৰিব : মিজো দুৰ্বৃত্তই জ্বলালে অসমীয়াৰ ৫৪টাকৈ ঘৰ, সীমান্তত উত্তেজনা

এটা প্ৰতিষ্ঠানে এই বিশেষ জাহাজখনক সামুদ্ৰিক সংগ্ৰহালয় আৰু বিভিন্ন সুবিধাযু্ক্ত এডভেন্সাৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ দাবীৰে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে। যিটো প্ৰতিষ্ঠানে চৰকাৰৰ পৰা এই বিৰাটক ভঙা-ছিঙা সামগ্ৰী হিচাপে বিক্ৰীৰ বাবে গ্ৰহণ কৰিছিল সেই প্ৰতিষ্ঠানটোত ১০০ কোটি টকা আগবঢ়োৱাৰ প্ৰস্তাৱ দিছে আবেদনকাৰী প্ৰতিষ্ঠানটোৱে।

আৰু পঢ়িব পাৰিব : আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

উল্লেখ্য যে, ১৯৫৯চনৰ নৱেম্বৰ মাহৰ পৰা ১৯৮৪চনৰ এপ্ৰিললৈ এই জাহাজখনে এইচএমএছ হেৰমাছ নামেৰে ব্ৰিটিছ নেভীক সেৱা আগবঢ়াইছিল। তাৰ পাছত মেৰামতিৰ কৰি ভাৰতীয় নৌসেনাত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ