--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ  আই পি এলত তেওঁ ভাল খেলি আছে।  শেহতীয়াকৈ কাৰ্তিকে নিজৰ দল বেংগালুৰুৰ কেইবাজনো সতীৰ্থৰ সাক্ষাৎকাৰ লৈছিল। তাত কোহলীৰ উত্তৰ শুনি হতভম্ব হৈ পৰিল কাৰ্তিক।

কাৰ্তিকে নিজৰ বিষয়ে এটা প্ৰশ্ন উত্থাপন কৰে কোহলী, ডুপলেছিছক। সোধে  ক্ৰিকেটাৰৰ বাহিৰে তেওঁৰ প্ৰিয় খেলুৱৈ কোন হ’ব পাৰে?  কোহলীয়ে লগে লগে উত্তৰ দিলে, "তোমাৰ পত্নী।" কাৰ্তিকে হাঁহি এটা মাৰি উত্তৰ দিলে, “নিশ্চিতভাৱে এটা ডাঙৰ উত্তৰ। মোৰ মূৰত আন কাৰোবাৰ নাম আছিল।" এই কথা শুনি কোহলী, কাৰ্তিক, ডুপ্লেছীয়ে হাঁহি থাকিল।

কাৰ্তিকৰ পত্নী দীপিকা পল্লিকল এগৰাকী পেছাদাৰী স্কোয়াছ খেলুৱৈ। দেশ-বিদেশৰ বহু প্ৰতিযোগিতাত খেলিছে। দীৰ্ঘদিন ধৰি মহিলা শাখাত ভাৰতৰ এক নম্বৰ স্কোয়াছ খেলুৱৈ আছিল। এছিয়ান গেমছ, কমনৱেলথ গেমছ আদি প্ৰতিযোগিতাত সফলতাৰে খেলিছে দীপিকাই। ২০১৫ চনত তেওঁলোকৰ বিবাহ হয়। এতিয়া তেওঁলোক যমজ সন্তানৰ পিতৃ-মাতৃ। শেহতীয়াকৈ এক সাক্ষাৎকাৰত কাৰ্তিকে বাৰে বাৰে তেওঁৰ সফলতাৰ আঁৰত পত্নীৰ অৱদানৰ কথা উল্লেখ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement