--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লক্ক্ষৌনৰ বিৰুদ্ধে ৰিয়ান পৰাগৰ প্ৰদৰ্শনত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰবিন উথাপ্পাই আপ্লুত হৈছিল। উথাপ্পাই পৰাগক প্ৰশংসা কৰে যে তেওঁ পূৰ্বৰ দৰে ডাঙৰ ডাঙৰ কথা কোৱাতকৈ বেটেৰে নিজৰ যোগ্যতা প্ৰমাণ কৰিলে।

এল এছ জিৰ বিৰুদ্ধে পৰাগক প্ৰশংসা কৰাৰ লগতে পৰাগে আই পি এলত খেলাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ শলাগ লয় উথাপ্পাই। 

জিঅ’চিনেমাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উথাপ্পাই কয় যে, ‘প্ৰথমখন মেচত ৰিয়ান পৰাগে ভাল প্ৰদৰ্শন কৰা দেখি ভাল লাগিছে।আগতে তেওঁ এক্সত বেছি কথা পাতিছিল আৰু কাম কম কৰিছিল।এইবাৰ অৱশেষত তেওঁ নিজৰ বেটক কথা ক’বলৈ দিছে।’’

ঘৰুৱা ক্ৰিকেটত ৰিয়ানে যথেষ্ট আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছে, য’ত তেওঁ অসমৰ হৈ যোৱা পাঁচখন খেলত ৪১০ ৰান সংগ্ৰহ কৰিছে। সেই পাঁচখন মেচৰ ভিতৰত ৰিয়ান পৰাগেও কেৰালা আৰু ছত্তীশগড়ৰ বিৰুদ্ধে ক্ৰমে ১১৬ আৰু ১৫৫ ৰানৰ ইনিংছ সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ