--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হ’ব জ্ঞানেশ কুমাৰ৷ ১৮ ফেব্ৰুৱাৰী অৰ্থাৎ আজি অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে৷১৯ ফেব্ৰুৱাৰীত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰূপে দায়িত্ব গ্ৰহণ কৰিব জ্ঞানেশ কুমাৰে৷


২০২৯ চনৰ ২৬ জানুৱাৰীলৈ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰিব জ্ঞানেশ কুমাৰে৷ জ্ঞানেশ কুমাৰ কেৰালা কেডাৰৰ ১৯৮৮ বেটছৰ বিষয়া৷ ইয়াৰপূ্ৰ্বে বিভিন্ন মন্ত্ৰণালয়ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছে জ্ঞানেশ কুমাৰে৷নতুন আইন অনুসৰি নিযুক্তি প্ৰদান কৰা হৈছে জ্ঞানেশ কুমাৰক৷

মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) আইন, ২০২৩ৰ ৪ নং ধাৰাত প্ৰদান কৰা ক্ষমতাৰ অধীনত নিযুক্তি প্ৰদান কৰা হৈছে জ্ঞানেশ কুমাৰক৷ জ্ঞানেশ কুমাৰৰ ঠাইত নতুন নিৰ্বাচন আয়ুক্ত হ’ব ড০ বিবেক যোশী৷ ১৯৮৯ বেটছৰ হাৰিয়ানা কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিবেক যোশী৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ