--°C
Loading...
Listen to Article
2 min read
80%
১/০২/২০২৪, বৃহস্পতিবাৰ


মেষ: মেষ ৰাশিৰ আজিৰ শৰীৰ সাধাৰণ অসুস্থ হ'ব পাৰে। মনত দুখ অশান্তি হ'ব পাৰে। প্রেম-পাৰিবাৰিক দিশত অশান্তি থাকিব। শিক্ষার্থী সাহিত্যিক, শিল্পীৰ উৎসাহ বৃদ্ধি পাব পাৰে। ৰাজনীতি, সংবাদ আৰু | সমাজকৰ্মীৰ মনৰ উৎসাহ বাঢ়িব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত শুভ কৰিব। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক।

বৃষ : বৃষ ৰাশিৰ আজিৰ শৰীৰৰ শুভ কাৰক যদিও মানসিক অশান্তি হ'ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত আনন্দ লাভৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ব্যস্ততা বৃদ্ধি পাব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ উন্নতি কাৰক। বাণিজ্য আৰু কৰ্মত কিছু লাভৱান হ'ব। আর্থিকত নাটনি থাকিব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

মিথুনঃ মিথুন ৰাশিৰ আজিৰ শৰীৰ সুস্থ থাকিব। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত সুখ-শান্তি থাকিব। বিদ্যার্থী, শিল্পী-সাহিত্যিকৰ সু-খবৰ লাভ আৰু উন্নতি কাৰক। ৰাজনীতিক, সমাজকর্মী আৰু সংবাদকর্মীৰ অস্থিৰতা বৃদ্ধি পাব। কর্ম, আর্থিক আৰু বাণিজ্যত কিছু উন্নতি হ'ব। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক।

কৰ্কট : কৰ্কট ৰাশিৰ আজিৰ সম্পূৰ্ণ শাৰীৰিক সুস্থতা নাথাকিব। মানসিক, প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত অলপ অশান্তি থাকিব। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনৈতিক নেতা আৰু সমাজকৰ্মীৰ ব্যস্ততা বাঢ়িব। আর্থিক, বাণিজ্য আৰু কৰ্মত লাভৱান হ'ব। সংখ্যাতত্ত্বৰ শুভাশুভ মিশ্রিত।

সিংহ: সিংহ ৰাশিৰ আজিৰ শৰীৰৰ অসুস্থতাৰ যোগ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থী আৰু শিল্পীৰ উন্নতিৰ যোগ। সাহিত্য সংস্কৃতিত যুক্তসকলৰ পেছাদাৰী দিশত শুভ। সংবাদসেৱা, সমাজকৰ্ম আৰু ৰাজনীতিত জড়িত ব্যক্তিৰ উন্নতিৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মত শুভ। সংখ্যাতত্ত্বৰ মতে অতি শুভ কাৰক।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ শৰীৰৰ অশান্তি বৃদ্ধিৰ যোগ। মনৰ হতাশা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিকৰ সফলতাৰ যোগ। আৰ্থিক আৰু কৰ্মক্ষেত্ৰত অশুভ কাৰক। সংখ্যাতত্ত্বৰ মতে উন্নতি কাৰক।

তুলা: তুলা ৰাশিৰ আজিৰ শৰীৰৰ অসুস্থতাৰ যোগ। মনৰ উৎসাহ হ্রাস পাব। প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত কিছু শুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিজৰ কাম-কাজত উন্নতি সাধন হ'ব। ৰাজনীতি, সমাজসেৱাৰ লগত জড়িতসকল অশান্তি হ'ব পাৰে। কৰ্ম আৰু বাণিজ্যত লাভৱান হ'ব। আর্থিকত বাধা থাকিব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ শৰীৰ সুস্থ থাকিব। অলপ মানসিক অশান্তি হ'ব৷ প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত অশুভ। শিক্ষার্থী, সাহিত্যিক আৰু শিল্পীৰ উন্নতি কাৰক যোগ। ৰাজনীতি আৰু সমাজকৰ্মৰ লগত জড়িতসকল লাভৱান হ'ব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত উন্নতিত কিছু বাধা হ'ব। সংখ্যাতত্ত্বৰ মতে শুভ।

ধনু: ধনু ৰাশিৰ আজিৰ শৰীৰৰ সুস্থতাৰ কাৰক। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষা, সাহিত্য, সংস্কৃতিৰে জড়িত লোকৰ উৎসাহ বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মানসিক অস্থিৰতাৰ যোগ | আৰ্থিক, কৰ্ম আৰু বাণিজ্যত লাভ বৃদ্ধি পাব। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া কাৰক।

মকৰ: মকৰ ৰাশিৰ আজিৰ শৰীৰৰ অসুস্থতাৰ যোগ। মনৰ অসন্তুষ্টি বৃদ্ধি হ'ব পাৰে। প্ৰেম-পাৰিবাৰিকত মধ্যমীয়া। শিক্ষা, সাহিত্য, সংস্কৃতিৰে | জড়িতসকলৰ কিছু শুভ হ'ব। আর্থিক, ব্যৱসায় আৰু কৰ্মত কিছু লাভৱান হ'ব। সংখ্যাতত্ত্বৰ মতে অতি অশান্তি কাৰক।

কুম্ভ: কুম্ভ ৰাশিৰ আজিৰ শৰীৰৰ সুস্থতাৰ যোগ। মানসিক আৰু ঘৰুৱা দিশত অশুভ কাৰক। প্ৰেমত কিছু শুভ। শিক্ষা, সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ সুখবৰে মন উৎসাহিত কৰিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বাঢ়িব। কর্ম, বাণিজ্য আৰু আৰ্থিকত শুভ কাৰক। সংখ্যাতত্ত্বমতে অশান্তি কাৰক।

মীন: মীন ৰাশিৰ আজিৰ শাৰীৰিক ক্ষেত্ৰত মধ্যমীয়া। মনৰ সুখ-শান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ মনৰ অসন্তুষ্টি বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আর্থিক দিশত উন্নতি হ'ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক