--°C
Loading...
Listen to Article
2 min read
80%


০২/০৪/২০২৪, মঙলবাৰ


মেষ ৰাশি:  আপোনাৰ ভাগ্য সবল হৈ থাকিব, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি ক্ৰমান্বয়ে উন্নত হ’ব ৷ চাকৰি কৰা লোকসকলে নতুন চাকৰিৰ কথা ভাবিব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপুনি ভাল সাফল্য লাভ কৰিব পাৰে ৷ 

বৃষ ৰাশি:   ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব ৷ স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নতি হোৱা দেখা যাব ৷ আৰ্থিক স্থিতিৰ ক্ষেত্ৰত উত্থান-পতন থাকিব ৷

মিথুন ৰাশি:   শিক্ষাৰ্থীসকলৰ কথা ক’বলৈ গ’লে,  তেওঁলোকৰ বাবে শুভ হ’ব। উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ কৰ্মৰত লোকসকলে নিজৰ চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি দেখি অতি আনন্দিত হ’ব ৷

কর্কট ৰাশি:   শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ যদি শিক্ষাৰ্থীসকলে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে তেওঁলোকে নিজৰ কঠিন পৰিশ্ৰমৰ জৰিয়তে সাফল্য লাভ কৰিব ৷ বতৰ সলনি হোৱাৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন আহিব পাৰে ৷ 

সিংহ ৰাশি:  স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নতি হ’ব ৷ দৈনন্দিন জীৱনত যোগাভ্যাস আৰু ধ্যান অন্তৰ্ভুক্ত কৰাটো ভাল হ’ব ৷ এই সময়ত আপোনাৰ ব্যয়ো বেছি হ’ব ৷ আপুনি নিজৰ পৰিয়ালৰ প্ৰয়োজন অনুসৰি কিছু বজাৰ কৰিব ৷ 

কন্যা ৰাশি:  ভাল চিকিৎসকৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল ৷ চাকৰি কৰা লোকসকলে নিজৰ দক্ষতা দেখুৱাবলৈ সুযোগ পাব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিবলৈ নতুন প্ৰযুক্তি গ্ৰহণ কৰিব ৷ 


তুলা ৰাশি:   স্বাস্থ্য পূৰ্বতকৈ ভাল হ’ব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰা দেখা যাব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ আপুন নিজৰ প্ৰিয় বিষয়টো পঢ়াৰ সুযোগ পাব ৷ 
 

বৃশ্চিক ৰাশি: আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷  শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ স্বাস্থ্যৰ কোনো বিশেষ পৰিৱৰ্তন দেখা নাযায় ৷ আৰ্থিক দিশৰ পৰা আপোনাৰ বাবে দিনটো শুভ হ’ব ৷ 

ধনু ৰাশি:   আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷ যদি আপুনি আপোনাৰ দৈনন্দিন জীৱনলৈ কিছু পৰিৱৰ্তন আনে, তেন্তে সেয়া আপোনাৰ বাবে ভাল হ’ব ৷ 

মকৰ ৰাশি:   বিবাহিত লোকসকলে তেওঁলোকৰ গাৰ্হস্থ্য জীৱনত কোনো বন্ধুৰ আগমনত সুখী হ’ব আৰু তেওঁৰ সৈতে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব ৷  সুখবোৰ আজি লগতে থাকিব। বিদ্যাৰ্থীৰ শুভ।

কুম্ভ ৰাশি: পাৰিবাৰিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ’ব ৷  পৈতৃক সম্পত্তিৰ পৰা আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ৷ আৰ্থিক স্থিতি সুদৃঢ় হৈ থাকিব ৷ 

মীন ৰাশি:  আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ আৰ্থিক স্থিতি অধিক সবল হ’ব ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ