--°C
Loading...
Listen to Article
2 min read
80%
কেনে যাব আজি ১৯ জুলাই, মঙলবাৰৰ দিনটো

মেষ ৰাশি – আজিৰ দিনটো খুব আশাপ্রদ দেখা নাযায়। কর্মক্ষেত্ৰত আশা কৰা মতে ফল পাব। প্রাপ্যদি থাকিলে চেষ্টা কৰাটো উচিত হ’ব। নতুন কামৰ চেষ্টাত দূৰ যাত্রা।

বৃষ ৰাশি – ঘৰুৱা পৰিৱেশ বৰ এটা প্রতিকূল নহ’ব। শাৰীৰিক সমস্যা থাকিব। পঢ়া-শুনাত থকা সকলে বিশেষ যত্ন কৰক। ব্যৱসায়ত বাধা নাই। প্ৰেমত বেয়া দেখা নাযায়।

মিথুন ৰাশি – নিজ কামত কৃতকার্যতাৰ কাৰক। নিজৰ প্রতি নিষ্ঠা বাঢ়িব। দাম্পত্যন্ত নিৰাশ হোৱাৰৰ যোগ। বিদ্যাত মনোযোগ দিব। ব্যৱসায়ত অর্থ বিনিয়োগ কৰোতে সাৱধান।

কৰ্কট ৰাশি – কর্মক্ষেত্রত যোগ্যতা বজাই ৰখাৰ চেষ্টা কৰক। কাৰোবাৰ বাবে মনত দুখ পাব পাৰে। ভাই-ভনীৰ বিয়াৰ কথাত সুখী হ’ব। ভ্রমণ পাৰিলে স্থগিত ৰাখক।

সিংহ ৰাশি – আয় বৃদ্ধি লগতে সঞ্চয়ৰ ক্ষেত্ৰতো উন্নতি হোৱা দেখা যায়। কোনো লোকৰ কর্মজীৱনৰ আৰম্ভ আৰু কোনো লোকৰ পাৰিবাৰিক স্বচ্ছলতা আৰু সামাজিক কামত খ্যাতি লাভ।

কন্যা ৰাশি- আর্থিক অনুকূল নহয় যদিও ভয়ৰো কাৰণ নাই। নতুন সম্পত্তি ক্রয় কৰিব পাৰে, ভৱিষ্যতে বহু কামত দিব। বিদ্যাত বাধা নাই। কৰ্মক্ষেত্ৰত শুভ ফল পাব।

তুলা ৰাশি – আর্থিকত আয়তকৈ ব্যয় বেছি হ’ব। আকস্মিকভাৱে ধন প্রাপ্তিৰ চেষ্টাত কোনোৱে সফল হ’ব। ব্যৱসায়ীসকলৰ মন অস্থিৰ থাকিব দিনটো।

বৃশ্চিক ৰাশি –  শৰীৰ খুব ভাল বুলিব নোৱাৰি। তথাপি মজলীয়াভাৱে দিনটো পাৰ হ’ব। যাত্ৰাৰ সম্ভাৱনা। সৰু-সুৰা আঘাতৰ বাবে সতর্ক হওক। প্রেমত উৎসাহ।

ধনু ৰাশি –  ব্যৱসায়ীসকল সতর্ক থাকক। কর্মক্ষেত্ৰত বাধাৰ মাজেদি সফলতা পাব। শৰীৰৰ প্ৰতি নজৰ দিব, কিছু সমস্যা দেখা যায়। ঘৰুৱা মতান্তৰ। যোগ্যজন পুৰস্কৃত হোৱাৰ যোগ।

মকৰ ৰাশি-  সাহসিকতাৰে কৰ্মত আগুৱাই যোৱাৰ চেষ্টা কৰক। কর্মক্ষেত্ৰত যোগ্যতা ৰখাৰ চেষ্টা কৰক। খেলিমেলিৰে দিনটো পাৰ হ’ব পাৰে। বিদ্যাত শুভ। উদ্বেগ আদিৰ কিছু সমাধানৰ আশা।

কুম্ভ ৰাশি – আর্থিক কষ্ট দেখা যায়। প্রাপ্য ধনাদিৰ বাবে চেষ্টা থকাটো উচিত আজি নহলেও দুদিনমানলৈ অপেক্ষা কৰক। শৰীৰ ভালে ৰাখক। ভ্রমণত আহুকাল।

মীন ৰাশি – বিদ্যাত মধ্যম। দিনটোত আপোনাৰ মনৰ অৱস্থা ভাল নাথাকিবও পাৰে। পত্নীৰ মতামতক প্রাধান্য দিলে লাভৱান হ’ব। স্বাস্থ্যই কিছু চিন্তাত ৰাখিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement