--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাওণ মাহ হৈছে শিৱৰ প্ৰিয় মাহ আৰু এই মাহত যদি কিছুমান বিশেষ ইংগিত পোৱা যায়, তেন্তে ইয়াৰ দ্বাৰা বুজা হয় যে ব্যক্তিজনৰ ওপৰত শিৱৰ বিশেষ কৃপা আছে। সপোনৰ যোগেদিও এই ইংগিতবোৰ পোৱা যায়। আজি আমি এনে কিছুমান সপোনৰ বিষয়ে কম, যিবোৰ শাওণ মাহত দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। যদি শাওণ মাহত এনে সপোন দেখে, তেন্তে ভোলেনাথ আপোনাৰ প্ৰতি দয়ালু হোৱাৰ লগতে আপোনাক দিবলৈ গৈ আছে অপৰিসীম সুখ, সমৃদ্ধি আৰু সফলতা।

১)সপোনত ত্ৰিশূল দেখা: শাওণ মাহত যদি সপোনত ত্ৰিশূল দেখা যায়, তেন্তে মহাদেৱ আপোনাৰ প্ৰতি অতি দয়ালু হোৱাৰ এয়া স্পষ্ট লক্ষণ। শিৱই সদায় লগত ত্ৰিশূল ৰাখে। যদি এনেকুৱা সপোন দেখে তেন্তে আপোনাৰ লগত অতি সোনকালে কিবা এটা ভাল হ’বলৈ গৈ আছে।

২)সপোনত নন্দীক দেখা: নন্দী হৈছে ভগৱান শিৱৰ বাহন। শাওণ মাহত যদি নন্দীক সপোনত দেখা যায়, তেন্তে বুজিব যে আপুনি শিৱৰ কৃপাত প্ৰতিটো কামতে সফলতা লাভ কৰিব।

৩)সপোনত সাপ দেখা: সপোনত সাপ দেখাটো অতি শুভ। শাওণ মাহত যদি সপোনত সাপ দেখা যায়, তেন্তে সেয়া শিৱৰ বিশেষ কৃপাৰ লক্ষণ। এয়া বৃহৎ ধন লাভৰ লক্ষণ।

৪)সপোনত শিৱজীক দেখা: শাওণ মাহত সপোনত শিৱৰ দৰ্শন হোৱাটো এটা ডাঙৰ বৰদানৰ দৰে। ইয়াৰ অৰ্থ হৈছে আপোনাৰ ভাল দিনবোৰ আৰম্ভ হৈছে আৰু আপুনি কিবা এটা ডাঙৰ কৃতিত্ব লাভ কৰিবলৈ ওলাইছে।

৫)সপোনত গাখীৰ দেখা: শাওণ মাহত শিৱলিংগক গাখীৰৰে অভিষেক কৰা হয়। শাওণ মাহত সপোনত গাখীৰ দেখাটো অতি শুভ লক্ষণ। এনে এটা সপোনে আপোনাৰ জীৱনত সুখৰ ইংগিত দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ