--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰত মানুহে খোজ পেলোৱা আজি ৫০ বছৰ পাৰ হৈ গ’ল৷ মানৱ প্ৰতিনিধি হিচাপে চন্দ্ৰত উপনীত হয়-নীল আৰ্মষ্ট্ৰং, বাজ এলড্ৰিন, মাইকেল কলিন্স। মানৱতাৰ এই বিশেষ দিনটোকো ৰাষ্ট্ৰসংঘই দিছে বিশেষ স্বীকৃতি। ২০ জুলাই দিনটো আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ দিৱস হিচাপে ঘোষণা কৰিছে ৰাষ্ট্ৰসংঘই।

ইতিহাসত সন্নিবিষ্ট তথ্য অনুসৰি, আৰ্মষ্ট্ৰং আৰু এলড্ৰিনে প্ৰায় ২১ ঘণ্টা সময় চন্দ্ৰপৃষ্ঠত কটাইছিল। মাইকেল কলিন্সে তেতিয়া প্ৰদক্ষিণ কৰি আছিল চন্দ্ৰক। আৰ্মষ্ট্ৰং আৰু এলড্ৰিনে চন্দ্ৰপৃষ্ঠৰ পৰা উঠি কলিন্সৰ সৈতে যোগদান কৰি পৃথিৱীলৈ যাত্ৰা আৰম্ভ কৰিছিল।তেওঁলোকে  প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰিছিল। মহাকাশত ৮ দিন কটোৱাৰ পিছত ১৯৬৯ চনৰ ২৪ জুলাইত নিৰাপদে পৃথিৱীলৈ উভতি আহিছিল সজাতি দলটো।

১৯৬৯ চনৰ ২০ জুলাই অৰ্থাৎ আজিৰ দিনটোতে মানুহে প্ৰথম চন্দ্ৰত ভৰি থৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাছাৰ এপ’ল’-১১ মহাকাশযানৰ ‘ঈগল লুনাৰ মডিউল’ত উঠি যাত্ৰা কৰিছিল তেওঁলোকে। সেই হিচাপে আজি চন্দ্ৰজয়ৰ ৫৩ বছৰ। ১৯৬৯ চনৰ ১৬ জুলাইত ফ্ল’ৰিডাৰ কেপ কানাভেৰালত থকা লঞ্চ-পেডৰ পৰা চেটাৰ্ণ ভি-ৰকেটৰ সহায়ত এপ’ল’ ১১ চন্দ্ৰ অভিযানৰ আৰম্ভণি কৰা হৈছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ