--°C
Loading...
Listen to Article
2 min read
80%
১৭ আগষ্ট, ২০২২, বুধবাৰ

মেষ ৰাশি – কথা-বতৰা, ব্যবহাৰত মধুৰতা প্ৰকাশ পাব। দুৰ্যোগ আতৰিব। ক্ৰীড়া ক্ষেত্ৰত সুখ্যাতি। প্ৰেমত শান্তি 

বৃষ ৰাশি – কৰ্তব্যৰ প্ৰতি নিষ্ঠা, দায়বদ্ধতা প্ৰকাশ পাব। কবি-সাহিত্যিক-শিল্পীৰ সুখ্যাতি। দুৰ্ঘটনাৰ আশংকা। 

মিথুনৰাশি – মনত বহু প্ৰশ্ন বা অভিমানৰ উদ্ৰেক ঘটিব। শৰীৰৰ প্ৰতি নজৰ ৰাখিব। প্ৰেমত শংকা।

কৰ্কট ৰাশি– কামৰ হেঁচা বাঢ়িব। আপোনাৰ সহজ সৰল স্বভাৱৰ আনে সুযোগ লব। শত্ৰু কমিব। 

সিংহ ৰাশি – কাম কাজ আগবাঢ়িব। সততা প্ৰধান অস্ত্ৰ। স্বাস্থ্যৰ উন্নতি। টকাৰ প্ৰয়োজন অধিক হ'ব। 

কন্যা ৰাশি– আনৰ প্ৰিয়ভাজন হ'ব। প্ৰেমত শুভ। আত্মবিশ্বাস বাঢ়িব। ভ্ৰমণৰ সুযোগ। ক্ৰোধ বৃদ্ধি পাব। 

তুলাৰাশি – ঘৰুৱা অশান্তি। খঙৰ ওপৰত সংযম ৰাখক। গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা । 

বৃশ্চিক ৰাশি – কৰ্মত উন্নত। শুভ বাৰ্তাৰ সংযোগ। যোগ্যতা অনুসৰি উচিত ফল লাভ। সন্তানৰ চিন্তা বৃদ্ধি।

ধনু ৰাশি – চিত্ৰকৰৰ সুখ্যাতি। কৰ্তব্যৰ প্ৰতি নিষ্ঠা। কোনো আত্মীয়ৰ ফালৰ পৰা দুঃসংবাদ পাব পাৰে। 

মকৰ ৰাশি – পৰিয়ালৰ প্ৰতি দ্বায়বদ্ধতা বৃদ্ধি। নতুন বাৰ্তা লাভৰ সংকেত। ভগ্ন স্বাস্থ্য। জীৱন সংগীৰ ফালৰ পৰা কোনো শুভ সংবাদ পাব। 

কুম্ভৰাশি – জেদ ভাৱ এৰাই চলিব। আত্মীয়ৰ সৈতে মনোমালিন্যৰ সম্ভাৱনা। ক্ৰোধ সম্বৰণ কৰক, কথা বতৰাত সাৱধান হওক। 

মীন ৰাশি – কৰ্মত অন্যমনস্ক নোহোৱাটো শ্ৰেয়। অশুভ সংবাদৰ সম্ভাৱনা। পেটৰ সমস্যা হব পাৰে। খং কমাওক। প্ৰেমত জটিলতা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ