--°C
Loading...
Listen to Article
2 min read
80%
মেষ – সৃষ্টিশীল কাৰ্যকলাপে আপোনাক মান সন্মান প্ৰদান কৰিব। ভাতৃ-ভগ্নীৰ সহায় লাভা কৰিব পাৰে। প্ৰেমিকৰ গুৰুত্ব উপলব্ধি কৰিব। পত্নীৰ সৈতে প্ৰেমৰ সম্পৰ্ক শক্তিশালী হৈ উঠিব। শুভ সংখ্যা- ৩ , শুভ ৰং ৰঙা ।

বৃষ- উপাৰ্জনৰ দিশত আজি ভাল দেখা যায়। আপোনাৰ গাম্ভীৰ্যপূৰ্ণ ব্যৱহাৰৰ বাবে আপোনাৰ চাৰিওফালৰ মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ’ব। পত্নীৰ সৈতে আজি কোনো কথাক লৈ মনোমালিন্য হোৱাৰ সম্ভাৱনা।শুভ সংখ্যা ৮ , শুভ ৰং গোলপীয়া।

মিথুন – আজি এনে এজনৰ সৈতে দেখা হোৱাৰ সম্ভাৱনা আছে যাক খুব পছন্দ হ’ব পাৰে। কৰ্মক্ষেত্ৰত বিভ্ৰান্তি থাকিলে কামত প্ৰভাৱ পেলাব। শুভ সংখ্যা ১, শুভ ৰং আকাশী।

কৰ্কট – আপোনাৰ সম্পৰ্কক আকৌ নতুনকৈ আৰম্ভ কৰাৰ শ্ৰষ্ঠ সময়। পছন্দৰ কাম কৰি অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পোৱাৰ সম্ভাৱনা।জীৱনত দ্বিতীয় সুযোগ আহিব পাৰে। শুভ সংখ্যা ৫, শুভ ৰং মাখন।

সিংহ – আপোনাৰ সংগীৰ মানসিক সাহায্যৰ প্ৰয়োজন আছে। আজি আপোনাৰ মনোযোগ নষ্ট হোৱাৰ সম্ভাৱনা আছে।সিদ্ধান্তহীনতাত ভুগিলেও এতিয়া সময় আহিছে পদক্ষেপ লোৱাৰ। শুভ সংখ্যা ৭, শুভ ৰং হালধীয়া

কন্যা -শ্বেয়াৰ বজাৰত বিনিয়োগকাৰী সকলে লাভৰ মুখ দেখিব। আপোনাৰ প্ৰেম জীৱন নতুন উচ্চতাত উপনীত হ’ব। আপোনাৰ শৈল্পিক আৰু সৃজনশীল সামৰ্থ্যই যথেষ্ট প্ৰশংসা লাভ কৰিব। শুভ সংখ্যা ২, শুভ ৰং বগা।

তুলা – আপোনাৰ সংগীক সুখী কৰা কোনো কাম কৰিব পাৰে। নতুন ঘৰ বা ব্যৱসায় বা যান–বাহন কিনাৰ বাবে আজি ডাঙৰ ঋণ আবেদন কৰিব পাৰে।আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে ভাল সময় কটোৱাৰ সম্ভাৱনা শুভ সংখ্যা ৪, শুভ ৰং নীলা।

বৃশ্চিক -আপোনাৰ পিতৃ–মাতৃৰ সৈতে সময় কটোৱাৰ বাবে দিনটো বিশেষভাৱে অনুকূল। আজি পুৰণি ভুল বুজাবুজিবোৰ দূৰ কৰাৰ বাবে সঠিক সময়। আপোনাৰ সৰ্মক্ষেত্ৰত উত্তেজনামূলক পৰিৱেশ সৃষ্টি হ’ব পাৰে। শুভ সংখ্যা ৯, শুভ ৰং ৰঙা।

ধনু- জখম নোহোৱাকৈ কাম কৰিবলৈ চেষ্টা কৰক।আজি অতিৰিক্ত কিছু কামৰ দায়িত্ব লোৱাৰ চেষ্টা কৰক। পতি-পত্নীৰ মাজত কাজিয়া সম্ভাৱনা।ডাঙৰ ক্লায়েণ্টৰ সৈতে ডিল কৰিব পাৰে। শুভ সংখ্যা ৬, শুভ ৰং সেউজীয়া।

মকৰ- হজমৰ সমস্যাত ভুগিব পাৰে।
নিজৰ মানসিক স্বাস্থ্যৰ যত্ন লওক আজি।আপোনাৰ সংগীৰ এই মুহূৰ্তত আপোনাৰ সহায়ৰ প্ৰয়োজন। আজি আপোনাৰ শক্তি তুংগত থাকিব। শুভ সংখ্যা ১, শুভ ৰং গাঢ় নীলা।

কুম্ভ – আজি বহুতে আপোনাৰ প্ৰতি আকৰ্ষিত হ’ব। বাকী ৰখা কাম আকৌ আৰম্ভ কৰিব পাৰে। আপুনি যিটো ভাল বুলি ভাৱে আজি সেয়াই কৰক।ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। শুভ সংখ্যা ৬, শুভ ৰং মুগা।

মীন –  আজি নিজৰ বাবে বিশেষ কিবা এটা কৰক। কঠোৰ পৰিশ্ৰমে আপোনাৰ জীৱনলৈ সফলতা আনিব। পৰিয়াল আৰু আত্মীয়ৰ সৈতে সময় কটাওক।আপুনি আজি অপ্ৰত্যাশিত কোনো উৎসৰ পৰা ধন লাভ কৰিব পাৰে। শুভ সংখ্যা ৮, শুভ ৰং পাতল গুলপীয়া।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ