--°C
Loading...
Listen to Article
2 min read
80%
০৩, বুধবাৰ, ২০২২
 
মেষ – দিনটো অনুকূলে নাযাব। নতুন ধাৰণাই মনৰ স্থান দখল কৰিব পাৰে।কোনো অপ্ৰয়োজনীয় ভয় বাঢ়িব। সম্পৰ্কৰ বিষয়ে অলপ গভীৰভাৱে চিন্তা কৰিবলৈ চেষ্টা কৰক। 

বৃষ – আজিৰ দিনটো আপোনাৰ বাবে শুভ, প্ৰেমৰ দিশৰ পৰা কোনো ভাল সংবাদ লাভ কৰিব পাৰে। দিনটোৰ আৰম্ভণিতে যিমান পাৰে কামবোৰ আগুৱাই ৰাখিবলৈ যত্ন কৰিব। 

মিথুন – পৰা পক্ষত আজি যাত্ৰা নকৰিব। গাড়ীৰ পৰা সাৱধানে থাকিব। স্নায়ুজনীত বেমাৰ হ’ব পাৰে।পিতৃ-মাতৃৰ স্বাস্থ্যৰ বাবে চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে । 

কৰ্কট – বিনিয়োগৰ ক্ষেত্ৰত খেলিমেলিত ভুগিলেও শেষত আপুনি সঠিক সিদ্ধান্ত ল’ব। ৰাজনীতৰ সৈতে জড়িত সকলৰ বাবে দিনটো ভাল । সন্মান বৃদ্ধি হ’ব। 

সিংহ – আপোনাৰ আৱেগবোৰ বেছি সময় ধৰি ৰাখিব নোৱাৰিব। ঘৰৰ মানুহৰ লগত ভুল বুজাবুজি হ’ব পাৰে। এজন জ্ঞাত ব্যক্তিৰ পৰা আপোনাৰ বাবে ভাল খবৰ আহি আছে। 

কন্যা – দূৰ ভ্ৰমণৰ যোগ। কামত সুযোগ আহিব। খৰচৰ মাত্ৰা বৃদ্ধি হ’ব। কোনো অচিনাকি ব্যক্তিৰ লগত চিনাকি বাঢ়িব। সমস্যাগ্রস্ত লোকক সহায় কৰক। 

তুলা – নতুন সম্পর্ক হোৱাৰ সম্ভাৱনা। পিতৃৰ স্বাস্থ্যই চিন্তাত পেলাব। সংগীৰ সৈতে যোগাযোগ কৰাটো অলপ কষ্ট হ’ব পাৰে।কৰ্ম ক্ষেত্ৰত প্ৰতাৰণা পাব। 

বৃশ্চিক – মানসিক চাপে মূৰৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। অপ্ৰয়োজনীয়ভাৱে ধন খৰচ কৰাৰ ক্ষেত্ৰত সতৰ্ক হওক। কোনো সিদ্ধান্ত লওঁতে সাৱধানে ল’ব। 

ধনু – আপোনাৰ বাবে আজিৰ দিনটো শুভ। ঘৰলৈ নতুন বাহন আহিব। ভাড়াত থকা লোকসকলে কেইটামান নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। সংগ্ৰাম কৰিব লাগিব। 

মকৰ – আপোনাৰ সৃষ্টিশীল দক্ষতাই আপোনাক নিৰাশ নকৰিব। এজন বন্ধু অতি উপকাৰী প্ৰমাণিত হ’ব পাৰে। শিক্ষাৰ্থীৰ বাবে ব্যস্ত সময়। 

কুম্ভ – দিনটো ব্যস্ততাৰে পাৰ হ’ব। বিবাহৰ বাবে খবৰ আহিব। হজমৰ সৰু সমস্যা থাকিব পাৰে। শীঘ্ৰেই এটা বিশেষ স্বীকৃতি পাব। দীঘলীয়া বিৰতিৰ পৰিকল্পনা কৰাৰ সময় ।

মীন- ছালৰ সমস্যাই দেখা দিব। কৰ্মক্ষেত্ৰত উন্নতি দেখা যায়।পদপথৰ জন্তুৰ পৰা সাৱধানে থাকিব। ক্ৰোধ সম্বৰণ কৰি চলিবলৈ যত্ন কৰিব। অন্যথা বন্ধুৰ সৈতে সম্পৰ্ক বেয়া হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ