--°C
Loading...
Listen to Article
2 min read
80%
৩১ জুলাই ২০২৩, সোমবাৰ

মেষঃ কোনো আত্মীয়ৰ সৈতে চলি থকা ভুল বুজাবুজি আঁতৰ হ’ব| আত্মবিশ্বাস ৰাখিব| শুভ সংখ্যা ৩, শুভ ৰং মেৰুণ| 

বৃষঃ খৰচ নিয়ন্ত্ৰণ কৰিব| আনৰ বাবে আজি আপুনি কষ্ট পাব| স্বাস্থ্যৰ প্ৰতি সাৱধান হ’ব| কফজনিত ৰোগে দেখা দিব পাৰে| শুভ সংখ্যা ৬ , শুভ ৰং গাঢ় নীলা|

মিথুনঃ আজি পৰিস্থিতি ভাল হ’ব। কিছু সময়ৰ বাবে মনত চলি থকা যিকোনো যুদ্ধ সমাপ্ত হ’ব। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা| শুভ সংখ্যা ৮ , শুভ ৰং ৰূপালী |

কৰ্কটঃ কোনো কামৰ সমাধান লাভ কৰিব। কৰ্মস্থানত ব্যস্ততা বাঢ়িব। পতি-পত্নীৰ মাজত সমন্বয় বজাই ৰাখিব। শুভ সংখ্যা ৬ , শুভ ৰং গুলপীয়া |

সিংহঃ কৰ্মস্থানত ব্যস্ততা বাঢ়িব| ঘৰৰ মানুহৰ লগত মনোমালিন্য হ’ব| ব্যৱসায়ত চিন্তা বাঢ়িব| শুভ সংখ্যা ৯ , শুভ ৰং ৰঙা|

কন্যাঃ স্বাস্থ্যক লৈ চিন্তিত হ’ব| হাতত থকা পইচা অধিক মাত্ৰাত খৰচ হ’ব| শিক্ষাৰ্থীসকলে সফলতা পাব| শুভ সংখ্যা ১, শুভ ৰং বাদামী|

তুলাঃ কোনো কামৰ বাবে অধিক চিন্তা নকৰিব| ভ্ৰমণৰ সম্ভাৱনা আছে| স্বাস্থ্য ভালে যাব| শুভ সংখ্যা ৭, শুভ ৰং আকাশী|

বৃশ্চিকঃ এলাহক নিজৰ ওপৰত জয়ী হ’বলৈ নিদিব| কাৰোবাৰ লগত কথা কওতে সাৱধানে ক’ব| প্ৰেমত মধুৰতা| শুভ সংখ্যা ৮, শুভ ৰং সেউজীয়া |

ধনুঃ যদি আপুনি কৰবাত মূলধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে ইয়াক তৎক্ষণাৎ কাৰ্যকৰী কৰক। অযথা খৰচ নকৰিব| শুভ সংখ্যা ২ ,শুভ ৰং বগা |

মকৰঃ আজি পৰিস্থিতি ভাল হ’ব। কিছু সময়ৰ বাবে মনত চলি থকা যিকোনো যুদ্ধ সমাপ্ত হ’ব। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা| শুভ সংখ্যা ৮ , শুভ ৰং ৰূপালী|

কুম্ভঃ খৰচ নিয়ন্ত্ৰণ কৰিব| আনৰ বাবে আজি আপুনি কষ্ট পাব| স্বাস্থ্যৰ প্ৰতি সাৱধান হ’ব| কফজনিত ৰোগে দেখা দিব পাৰে| শুভ সংখ্যা ৬ , শুভ ৰং গাঢ় নীলা|

মীনঃ বেলেগৰ কামত অত্যাধিক জড়িত হোৱাৰ সলনি নিজৰ কামত গুৰুত্ব দিয়ক। ব্যৱসায়ীসকলৰ বাবে শুভ। শুভ সংখ্যা ২, হালধীয়া।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ