--°C
Loading...
Listen to Article
2 min read
80%
৩০ মে’ ২০২৩, মঙলবাৰ

মেষঃ দিনটো অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক। নতুন কোনো যোগাযোগত উৎসাহিত হ’ব পাৰে। পৰাপক্ষত টকা-পইচাৰ লেন-দেন নিজৰ হাতেৰে কৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।

বৃষঃ আর্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা। অকাৰণ বা কাৰণতেই হওক কোনোৰ লগত মত বিৰোধ হোৱাৰ আশংক্ষা। বন্ধুবৰ্গৰ প্ৰতি সাৱধান হওক। শুভ ৰং মটিয়া, শুভ সংখ্যা ৭।

মিথুনঃ পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত ভাল ফল পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া। দিনটোত ব্যৱসায়ীসকল লেন-দেন কৰোতে সাৱধান হ’ব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭।

কর্কটঃ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। চাকৰিৰ স্থানত কোনো মহিলাৰ লগত নতুন বন্ধুত্ব হ’ব পাৰে। যান-বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬।

সিংহঃ অচিনাকি ব্যক্তিৰ পৰা প্ৰচাৰিত হোৱাৰ আশংকা। কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আইনি সুৰক্ষা পাব। প্রতিযোগিতামূলক কামত জয় লাভ হ’ব। শুভ ৰং নীলা, শুভ সংখ্যা ৭।

কন্যাঃ  হাতলৈ টকা-পইচা আহিব যদিও খৰচ বাঢ়িব। সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব। কর্মস্থানত অতিৰিক্ত ক্ৰোধৰ বাবে বিবাহ হ’ব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা ৯।

তুলাঃ কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হওক। নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব। অন্তৰংগ বন্ধু-বান্ধৱীৰ লগত আনন্দ লাভ কৰিব। শুভ ৰং বেঙুণীয়া, শুভ সংখ্যা ১।

বৃশ্চিকঃ সামাজিক সুনাম হানি হোৱাৰ আশংকা। কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল পাব। ব্যৱসায় শুভ ফল পাব। দাম্পত্যৰ মজলীয়া প্ৰভাৱ পৰিব। কাকো ৰক্ষা ব্যৱহাৰ নকৰিব। শুভ ৰং বগা, শুভ সংখ্যা।

ধনুঃ পৰাপক্ষত টকা-পইচাৰ লেন-দেন নিজৰ হাতেৰে কৰিব। চাকৰিয়ালৰ পদোন্নতিত বাধা আছে। আনক আনন্দ অনুভৱ কৰাব খোজোতে নিজে দুখত পৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩।

মকৰঃ ব্যৱসায় নতুন কামৰ শুভ সূচনা আহিব পাৰে। শত্ৰুৰ পৰা সাৱধানে থাকক। চাকৰিৰ স্থান সলনি হ’ব পাবে। প্রিয়জনৰ লগত শান্তি অনুভৱ কৰিব। শুভ ৰং মটিয়া, শুভ সংখ্যা ৪।

কুম্ভঃ মানসিক কষ্ট বাঢ়িব পাৰে। ঘৰৰ পৰা কিছু মূল্যৱান সামগ্ৰী হেৰুৱাব পাৰে। বন্ধুৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা। ব্যৱসায়ৰ বাবে চিন্তা বৃদ্ধি। শুভ ৰং মাখন, শুভ সংখ্যা ২।

মীনঃ আপোনাৰ কোনো ব্যৱহাৰত আনৰ বেয়া লাগিব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। স্বাস্থ্য অসুস্থি হোৱাৰ বাবে ব্যৱসায় সমস্যা হ’ব পাৰে। শুভ ৰং মটিয়া, শুভ সংখ্যা ৫।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে