--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আগমন ঘটিছে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰসকলৰ৷ আজি অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব বিজেপিৰ ৰাষ্ট্রীয় অধ্যক্ষ জে পি নড্ডা৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ তিনিখন জনসভাত প্ৰচাৰ চলাবলৈ আজি আহিব নড্ডা৷

আৰু পঢ়িব পাৰিব : তুষাৰপাতে প্ৰাণ কাঢ়িলে অসমৰ বীৰ জোৱানৰ !

দিনৰ ১ বজাত ঢকুৱাখনাৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব৷ ইয়াৰ উপৰি বিয়লি ৩.৩০ বজাত অংশ ল’ব চতিয়াৰ জনসভাত৷ বৰচলাৰ বৰভাগিয়াত বিয়লি ৫ বজাত অনুষ্ঠিত হ’ব লগা জনসভাত ভাগ ল’ব বিজেপিৰ ৰাষ্ট্রীয় অধ্যক্ষগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব : দিছপুৰ, পূব গুৱাহাটী সামৰি বিজেপিৰ তৃতীয় প্ৰাৰ্থী তালিকা

ইপিনে বিগত সপ্তাহত গৃহমন্ত্ৰী অমিত শ্বাহ, স্মৃতি ইৰানীকে ধৰি বহু শীৰ্ষ নেতৃত্বই নিৰ্বাচনী প্ৰচাৰ চলাইছে৷ বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাৰ স্বাৰ্থত সঘনাই নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ