--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি বিজেপিৰ তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষিত হয়৷ দিল্লীত ঘোষিত হয় অসমৰ ১৭জন প্ৰাৰ্থীৰ নাম৷ দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে প্ৰাৰ্থীৰ তালিকা৷

আৰু পঢ়িব পাৰিব : ‘অখিলৰ কাষত থিয় হওক অসমৰ ৰাইজ’ ৰাষ্ট্ৰীয় নেতাৰ আহ্বান

তালিকাখন এনেধৰণৰ, দিছপুৰত প্ৰাৰ্থীত্ব লাভ কৰে অতুল বৰা, পূব গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্য, পলাশবাৰীত হেমাংগ ঠাকুৰীয়া, হাজোত সুমন হৰিপ্ৰিয়া, বৰক্ষেত্ৰী সমষ্টিত নাৰায়ণ ডেকা, ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰী, দক্ষিণ শালমাৰাত আছাবুৰ ইছলাম৷

আৰু পঢ়িব পাৰিব : আম্বানীলৈ ভাবুকি! নিয়াৰ জালত আৰক্ষীৰ সহকাৰী পৰিদৰ্শক

আনহাতে ধুবুৰীত প্ৰাৰ্থীত্ব লাভ কৰে ড০ দেৱময় সান্যালে, গোলকগঞ্জত অশ্বিনী ৰয় সৰকাৰ, পশ্চিম বিলাসীপাৰাত আবুবক্কৰ ছিদ্দিক, পূব বিলাসীপাৰাত অশোক সিংঘি, বিজনীত অজয় কুমাৰ ৰয়, দুধনৈত শ্যামজিৎ ৰাভা, জলেশ্বৰত ওছমান গনি, সৰভোগত শংকৰ চন্দ্ৰ দাস, জনীয়াত ছাহিদুল ইছলাম আৰু বাঘবৰত হাছিনাৰা খাতুন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ