--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : সমাগত অসম বিধানসভা নিৰ্বাচন ২০২১৷ এনে সময়ত বিজেপিৰ হৈ ৰণডংকা বজাবলৈ ৰাজ্যত উপস্থিত হৈছে বহু ৰাষ্ট্ৰীয় নেতাৰ৷ আজি অসমত নিৰ্বাচনী প্ৰচাৰ চলাব আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷

আৰু পঢ়িব পাৰিব :এখন ব্যতিক্ৰমী বিয়া : ৰক্তদানেৰে দৰাৰ মহৎ পদক্ষেপ

মাৰ্ঘেৰিটা-নাজিৰাত অমিত শ্বাহে অংশ ল’ব ৰাজহুৱা সভাত৷ মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাৰ হৈ প্ৰচাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ৷ কংগ্ৰেছৰ দুৰ্গখ্যাত নাজিৰাত ৰণশিঙা বজাব শ্বাহে৷ নাজিৰাৰ বিজেপি প্ৰাৰ্থী ময়ূৰ বুঢ়াগোহাঁইৰ হৈ চলাব প্ৰচাৰ৷

আৰু পঢ়িব পাৰিব : ডাঃ ৰশ্মিৰেখা বৰদলৈৰ তৎপৰতাত বিপদৰ পৰা ৰক্ষা পৰিল প্ৰসূতি

ইপিনে অসমৰ ৩টা স্থানত ৰাজনাথ সিঙে চলাব নিৰ্বাচনী প্ৰচাৰ৷ বিশ্বনাথ-গহপুৰৰ ৰাজহুৱা জনসভাত অংশ ল’ব সিঙে৷ চাহ বাগিচাৰ ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলাব ৰাজনাথে৷ বিয়লি দেৰগাঁৱতো প্ৰচাৰ চলাব বিজেপিৰ ৰাষ্ট্রীয় নেতাজনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ