--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে আজি বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব৷ জানিব পৰা মতে, আজি বিয়লি ৫ বজাত সংসদীয় কমিটীৰ বৈঠকত ঘোষণা কৰা হ’ব দলটোৰ তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা৷

আৰু পঢ়িব পাৰিব : পথাৰত উদ্ধাৰ অধ্যাপকৰ মৃতদেহ! অঞ্চলজুৰি চাঞ্চল্য


উচ্চস্তৰীয় বৈঠকত তালিকা চূড়ান্ত কৰাৰ সময়ত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও৷ এই বৈঠকতেই চূড়ান্ত হ’ব প্ৰাৰ্থীৰ তালিকা৷ গৃহমন্ত্ৰী অমিত শ্বাহ, জেপি নাড্ডাৰ সৈতে অসমৰ নেতৃত্বৰ বৈঠক অনুষ্ঠিত হ'ব৷ অসমৰ পৰা এই বৈঠকত অংশ ল'বৰ বাবে দিল্লীত উপস্থিত হৈছে সৰ্বানন্দ সোণোৱাল, ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিৎ দাস, ফণী শৰ্মাৰ দৰে শীৰ্ষ নেতা।

আৰু পঢ়িব পাৰিব : উদ্বেগ বৃদ্ধি : শুকুৰবাৰে বছৰটোৰ ভিতৰতে সৰ্বাধিক ক’ভিড পজিটিভ

তৃতীয় পৰ্যায়ৰ ১৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিব বিজেপিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ