--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসম গণ পৰিষদে আজি সমাগত নিৰ্বাচনৰ বাবে তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে৷ উল্লেখ্য যে, আজিয়েই বিজেপিয়ে ঘোষণা কৰি অন্তিমখন প্ৰাৰ্থীৰ তালিকা৷ বিজেপিয়ে ঘোষণা কৰাৰ আগতেই দেওবাৰে দুপৰীয়াৰ ভাগতেই অগপই প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ কৰে৷

আৰু পঢ়িব পাৰিব : বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ ‘শ্বহীদ মোজাম্মিল হক সোঁৱৰণি বঁটা’

তালিকা অনুসৰি প্ৰাৰ্থীসকল হৈছে, বঙাইগাঁৱত ফণীভূষণ চৌধুৰী, ছয়গাঁৱত ডাঃ কমলাকান্ত কলিতা, অভয়াপুৰী(উত্তৰ) ভূপেন ৰয়, অভয়াপুৰী (দক্ষিণ) পূৰ্ণেন্দু বণিক্য, পূব-গোৱালপাৰাত জ্যোতিষ দাস।

আৰু পঢ়িব পাৰিব : কোকৰাঝাৰত পুনৰ উদ্ধাৰ অস্ত্ৰ : কূটাঘাতৰ লক্ষ্যৰে এনডিএফবিৰ তৎপৰতা

আনহাতে পশ্চিম গোৱালপাৰাত অগপ প্ৰাৰ্থী হ’ব শ্বেখ চাহ আলম, ভৱানীপুৰত ড০ ৰঞ্জিত ডেকা, সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰী চেঙাত ৰবিউল হুছেইন আৰু বকোত জ্যোতিপ্ৰসাদ দাস৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ