--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰ অনুসৰি সময়ে সময়ে গ্ৰহৰ বিশেষ অৱস্থানে শুভ আৰু অশুভ যোগৰ সৃষ্টি কৰে। কিন্তু ৰাজযোগ মানে এই সময়ছোৱাত এজন ব্যক্তিয়ে বহুতো শুভ ফল লাভ কৰে। জ্যোতিষশাস্ত্ৰৰ মতে শুক্ৰৰ নিজ ৰাশিত ট্ৰেনজিট হোৱাৰ বাবেই মালব্য ৰাজযোগৰ গঢ় লৈ উঠিছে। এই যোগক অতি শুভ বুলি গণ্য কৰা হয়, যাৰ ফলত বহু ৰাশি লোকসকলে শুভ ফল লাভ কৰিব। শুক্ৰ ট্ৰেনজিটৰ সময়ত কোনবোৰ ৰাশিৰ বাবে মালব্য যোগ উপকাৰী হ’ব জানো আহক।

 এই তিনি ৰাশি লোকৰ বাবে মালব্য ৰাজযোগ উপকাৰী-

 ১. বৃষ ৰাশিঃ-জ্যোতিষশাস্ত্ৰৰ মতে শুক্ৰৰ ট্ৰেনজিটৰ বাবেই মালব্য ৰাজযোগ গঠন হৈছে। এই ৰাশিৰ লোকসকলে ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব। আত্মবিশ্বাস বাঢ়িব। যি কামত হাত দিব সফলতা লাভ কৰিব। এই সময়ছোৱাত আপুনি আপোনাৰ কষ্টৰ পূৰ্ণ ফল পাব। দাম্পত্য জীৱনৰ লগতে প্ৰেমত শুভ ফল লাভ কৰিব। ব্যৱসায়ত আপুনি বিশেষ সফলতা লাভ কৰিব। শুক্ৰৰ ট্ৰেনজিটে আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিব। অবিবাহিত লোকৰ বাবে বিবাহৰ সুযোগ আহিব পাৰে।

২. সিংহ ৰাশিঃ-জ্যোতিষশাস্ত্ৰৰ মতে এই সময় সিংহ ৰাশিৰ বাবে অতি উত্তম বুলিব পাৰি। এই ৰাশিৰ লোকসকলৰ দশম ঘৰত মালব্য ৰাজযোগ গঢ় লৈ উঠিছে। চাকৰি বিচৰা লোকসকলে এই সময়ছোৱাত চাকৰি লাভ কৰিব। ব্যৱসায়ীসকলে সাফল্য লাভ কৰিব। যদি আপুনি সম্পত্তি বা বাহন ক্ৰয়ৰ কথা ভাবিছে, সফল হ’ব। নতুন কাম আৰম্ভ কৰাৰ বাবে এই সময় অনুকূল।

৩. কুম্ভ ৰাশিঃ- কুম্ভ ৰাশিৰ চতুৰ্থ গৃহত মালব্য ৰাজযোগ গঢ় লৈ উঠিছে। ইয়াক সুখৰ কাৰক হিচাপে গণ্য কৰা হয়। বাহন, ঘৰ, ফ্লেট ক্ৰয়ৰ সম্ভাৱনাও আছে। এই সময়ছোৱাত আৰ্থিক স্থিতি মজবুত হ’ব। পৰিয়ালত শান্তিৰ পৰিৱেশ বিৰাজৰ লগতে সময় কটোৱাৰ সুযোগ লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ