--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পহিলা ফাগুন। কুৱলীৰ আৱৰণ আঁতৰাই ধৰালৈ নামিল মন মতলীয়া কৰা প্ৰকৃতিৰ অনন্য ৰূপ ফাগুন।

এই ফাগুনতেই প্ৰকৃতিৰ গছ-বিৰিখে পাত সলাই ন-কুঁহিপাত মেলে। প্ৰাণ পাই উঠিছে পলাশ, শিমলু, মদাৰে। ন-ফুলৰ সুবাসে শোভা বঢ়াইছে চৌদিশে। 

ফাগুনক লৈয়ে বহু কবিৰ কলমত নিগৰিছে কবিতা। ফাগুনেই হʼল গীত সৃষ্টিৰ প্ৰেৰণা গীতিকাৰ, সুৰকাৰৰ।

ফাগুন মানেই উন্মনা মন, ফাগুন মানেই বাউলী এজাক বতাহ। ফাগুনৰ মলয়াই চুই যায় সকলোকে। এই ফাগুনেই বতৰা দিয়ে চেনেহৰ বহাগৰ।

ফাগুনৰ আগমনে মনবোৰ কৰি তুলিছে উতনুৱা। ফাগুন মানেই যেন ৰং। ফাগুন মানে ৰঙেৰে ৰঙীন হোৱা এটা মাহ। মদাৰ, পলাশ, শিমলুৱে কঢ়িয়াই আনিছে প্ৰেমৰ খবৰ। ধূলিয়ৰি বাটে ফাগুন অহাৰ খবৰ আনিছে। এয়া পদূলিত হেঁপাহৰ ফাগুন৷

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ