--°C
Loading...
Listen to Article
2 min read
80%


১৬/০৩/২৪; শনিবাৰ, ২ চ'ত

মেষঃ বেপাৰ–বাণিজ্যত জড়িতসকলৰ সৰু–সুৰা বাধা আহিব৷ কাম–কাজত নিয়মাৱর্তী হ’বলৈ চেষ্টা কৰক৷ প্রেমত আনন্দ ৷

বৃষঃ চাকৰিত সাফল্য লাভৰ যোগ৷ বিদ্যাত খুব এটা বেয়া নহয়৷ পেটৰ অসুখে আমনি দিব পাৰে৷ প্রেমত শুভ৷

মিথুনঃ চাকৰিৰ ক্ষেত্রত সতর্ক হৈ চলা ভাল৷ আর্থিক দিশত উন্নতি লাভ কৰিব৷ বিবাহৰ যোগাযোগ৷ প্রেমত মধ্যম৷

কর্কটঃ বেপাৰ–বাণিজ্যত জড়িতসকলৰ সৰু–সুৰা বাধা আহিব৷ কাম–কাজত নিয়মাৱর্তী হ’বলৈ চেষ্টা কৰক৷ বিদ্যাত জটিলতা৷ প্রেমত আনন্দপ্রাপ্তি৷

সিংহঃ সন্তানৰ ব্যক্তিত্বই আপোনাক গৌৰৱাম্বিত কৰিব৷ কর্মক্ষেত্রত সৰু–সুৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ ঘৰুৱা শুভ৷ প্রেমত বাধা৷

কন্যাঃ মহিলাসকলে গৃহত সুখ–শান্তি লাভ কৰিব৷ সন্তানৰ ভালেই যাব৷ ছাত্র–ছাত্রীসকলৰ বাবে দিনটো শুভ৷ মনোবল ৰাখিব৷

তুলাঃ পিতৃ–মাতৃৰ প্রতি দায়িত্ব বাঢ়িব৷ ব্যৱসায়ত বাধাৰ সন্মুখীন হ’ব পাৰে৷ পঢ়া–শুনাত চেষ্টা অব্যাহত ৰাখত৷ পিতৃ–মাতৃৰ প্রতি দায়িত্ব বাঢ়িব৷
 
বৃশ্চিকঃপুৰণি ৰোগৰ উপশম হ’ব৷ ব্যৱসায়ভিত্তিক উত্থান–পতনে আর্থিক লাভৰ ক্ষেত্রত প্রভাৱ বিস্তাৰ কৰিব পাৰে৷ প্রেমত আনন্দ৷ বিদ্যাত সাফল্য৷ 

ধনুঃ অংশীদাৰী ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা৷ প্রেমত নতুন প্রস্তাৱ আহিব৷ অধ্যয়নত নিৰুৎসাহ হোৱাৰ যোগ৷

মকৰঃ মানসিক অশান্তিত ভুগিব পাৰে৷ বিবাহত সমস্যাৰ সন্মুখীন হ’ব৷ কর্মত নতুন পৰিকল্পনাৰ আৱশ্যক৷ চাকৰিয়ালৰ শুভ৷

কুম্ভঃপৈতৃক সম্পত্তি সম্পর্কীয় কথাই মনত আনন্দ দিব৷ চাকৰিত সাফল্য লাভৰ যোগ৷ প্রেমত সাৱধান হ’ব৷ স্বাস্থ্য মধ্যমীয়া৷ 

মীনঃ ব্যৱসায়ত লাভৰ মাত্রা বৃদ্ধি পাব৷ স্বাস্থ্য সম্পর্কে সাৱধান হ’ব৷ অধ্যয়নত মনোনিৱেশ কৰা বাঞ্ছনীয়৷ বিয়া–বাৰুৰ কথাত আগনবঢ়াই ভাল৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?