--°C
Loading...
Listen to Article
2 min read
80%
২৬ মে’ ২০২৩, শুকুৰবাৰ

মেষ : আৰম্ভণিৰ ফালে সমস্যা হ’লেও বুদ্ধিৰ বলত পৰিস্থিতি অনুকুললৈ আনিবলৈ সক্ষম হ’ব।  শৰীৰৰ অৱস্থা নুবুজাকৈ খোৱা–বোৱা কৰিলে বিপদ আহিব পাৰে।

বৃষ : শৰীৰৰ অৱস্থা নুবুজাকৈ খোৱা–বোৱা কৰিলে বিপদ আহিব পাৰে।পৰিয়ালৰ সৈতে সম্পৰ্ক ভালে থাকিলেও কোনো কাম আজি ভালদৰে হৈ নুঠিব।

মিথুন : সহজতে শত্ৰুক পৰাস্ত কৰি কৰ্মক্ষেত্ৰত উন্নতি আয়ত্ত কৰিব পাৰিব। হাতৰ কাম সময়ৰ আগতে শেষ হ’ব, পৰিয়ালত শান্তি বৰ্তি থাকিব।

কৰ্কট : স্বাস্থ্যৰ উন্নতি। কোনো কথাত খং উঠি থাকিব পাৰে। পৰিয়ালৰ শান্তি বৰ্তাই ৰাখিবলৈ যত্ন কৰক। 

সিংহ : অপমানজনক পৰিস্থিতিত পৰিব পাৰে, সাজু থাকক।  সকলোৰে সহযোগিতা লাভ কৰিব, সমস্যামুক্ত সুন্দৰ দিন পাৰ হ’ব।

কন্যা : কৰ্মস্থানত শুভ। ব্যৱসায়ত উন্নতি। পৰিয়ালত শান্তি। সন্তানক লৈ চিন্তা আঁতৰিব।

তুলা : ব্যক্তিগত সম্পৰ্ক দৃঢ় হ’ব, সম্পত্তিত বিনিয়োগ হ’ব লাভজনক। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগত লাভ হ’ব, প্ৰণয়ৰ সম্পৰ্কই নতুন মোৰ ল’ব।

বৃশ্চিক : আনন্দৰ দিন। মনে বিচৰা কামসমূহ হ’ব। বন্ধুৱে সহায় কৰিব। গায়কসকলৰ শুভ। 

ধনু : মতৰ অমিল হ’লেও সংগীৰ পৰামৰ্শ উপেক্ষা নকৰিব। কৰ্মক্ষেত্ৰত সুনাম বাঢ়িলেও পৰিয়ালত স্বাস্থ্য সম্পৰ্কীয় সমস্যা থাকিব পাৰে।

মকৰ : সহকৰ্মীৰ অভিসন্ধি সম্পৰ্কে সতৰ্ক থাকিব লাগিব, সকলো মানুহ আপোনাৰ ওচৰত নাথাকিব। ব্যায়াম কৰিবলৈ লওক, স্বাস্থ্য ভালে থাকিব। 

কুম্ভঃ ঘৰলৈ আলহী অহাৰ সম্ভাৱনা। চৰাইক খাদ্য খুৱাওক। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। সন্তানৰ শুভ।

মীন : কামত প্ৰশংসা পাব। ইচ্ছা পূৰণৰ দিন। কাৰোবাৰ পৰা নিমন্ত্ৰণ পাব পাৰে। প্ৰেমত আনন্দ। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে