--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন৷ উভয় সদনত সম্বোধন কৰি অধিৱেশন আৰম্ভ কৰে ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে৷ ইফালে কৃষি আইনৰ বিৰোধিতাৰে ৰাষ্ট্রপতিৰ ভাষণ বৰ্জন কৰে ১৯টাকৈ বিৰোধী দলে৷ উল্লেখ্য, আজি দাখিল হ’ব অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন৷

আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণে হ্ৰাস কৰিব পাৰে আৰু পুৰুষৰ প্ৰজনন ক্ষমতা!

সোমবাৰে নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট৷ এইবাৰৰ বাজেট অধিৱেশন হ’ব দুটা পৰ্যায়ত৷ ২৯ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ অধিৱেশন অনুষ্ঠিত হ'ব৷ আনহাতে ৮ মাৰ্চৰপৰা ৮ এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ অধিৱেশন অনুষ্ঠিত হ'ব৷ ক’ভিড বিধিৰ বাবে এইবাৰ ছপা ৰূপত নাথাকিব বাজেট৷

আৰু পঢ়িব পাৰিব : শিশু কন্যাৰ যৌন উৎপীড়নৰ গোচৰত বিভ্ৰান্তিকৰ ৰায় ব’ম্বে উচ্চ ন্যায়ালয়ৰ

প্ৰথমবাৰলৈ পেপাৰবিহীন হ’ব কেন্দ্ৰীয় বাজেট৷ উল্লেখ্য় যে, এইবাৰৰ বাজেটৰ থীম হৈছে ‘Ease of Living’৷ কৃষক ৰে’ল, কৃষি উড়ানৰ দৰে আঁচনি ঘোষণাৰ সম্ভাৱনা আছে এইবাৰৰ বাজেট অধিৱেশনত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ