--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্য বনাম কেন্দ্ৰীয় চৰকাৰৰ গোচৰত কেন্দ্ৰৰ কোনো অধিবক্তা উপস্থিত নথাকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে  উচ্চতম ন্যায়ালয়ে।

২০২১ চনত চিবিআইয়ে বিধানসভাৰ পিছত নিৰ্বাচনী হিংসাৰ তদন্ত আৰম্ভ কৰাৰ পিছত সেই বছৰতে মমতা বেনাৰ্জীৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল।পশ্চিমবংগই যুক্তি আগবঢ়াইছিল যে ৰাজ্য চৰকাৰে চিবিআইৰ তদন্তৰ অনুমতি প্ৰত্যাহাৰ কৰিছে। ইয়াৰ পিছতো চিবিআইয়ে বহু তদন্তৰ এফআইআৰ দাখিল কৰিছে। 

সংবিধানৰ ১৩১ অনুচ্ছেদত উচ্চতম ন্যায়ালয়ক কেন্দ্ৰ-ৰাজ্যৰ বিবাদত হস্তক্ষেপ কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে। সেই অনুসৰি ৰাজ্যই উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি ‘মূল দেৱানী গোচৰ’ দাখিল কৰে।

উচ্চতম ন্যায়ালয়ে গোচৰটো গ্ৰহণ কৰিবলৈ সন্মতি দিয়াৰ পিছত সোমবাৰে প্ৰথম শুনানি গ্ৰহণ কৰা হৈছিল যদিও কেন্দ্ৰৰ কোনো জ্যেষ্ঠ অধিবক্তাৰ অনুপস্থিতিত ক্ষোভ প্ৰকাশ কৰে ন্যায়াধীশ বি আৰ গাভাইয়ে। উক্ত গোচৰটোৰ পুনৰ শুনানি অনুষ্ঠিত হ’ব ১৮ মাৰ্চত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ