--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হয় , আজি জনাবলৈ ওলাইছো্ঁ আজৱ দেশৰ এক আজৱ কথা। যি কথাই আপোনাকো হতবাক কৰি‌ তূলিব। এজন শিক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰত সময়মতে উপস্থিত হ'বলৈ লগতে যান-বাহনৰ‌ পৰা হাত সাৰিবলৈ পেৰাগ্লাইডেৰে পৰীক্ষা কেন্দ্ৰলৈ ৰাওনা হৈছে। দৃশ্যটো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। 

এই ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ চাটাৰা জিলাত। ৱাই তালুকাৰ পাচাৰাণী গাঁৱৰ এগৰাকী ছাত্ৰ সমৰ্থ মাহাংগাডে পেৰাগ্লাইডেৰে পৰীক্ষা কেন্দ্ৰলৈ যোৱাৰ সিদ্ধান্ত লয়। এই সাহসী ছাত্ৰজনে যেতিয়া গম পাইছিল যে তেওঁৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ মাত্ৰ অলপ সময় আছে তেতিয়া তেওঁ সময়মতে পৰীক্ষাত উপস্থিত হ'বলৈ এই সিদ্ধান্ত লয়। সমৰ্থে সম্পূৰ্ণ পেৰাগ্লাইডিং গিয়াৰ পিন্ধি প্ৰৱেশ কৰিছিল যি দৃশ্যই ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক স্তম্ভিত কৰি তুলিছিল।

(উৎসঃ দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ