--°C
Loading...
Listen to Article
2 min read
80%

বাশ্বিংটনঃ কাবুল বিমানবন্দৰৰ বাহিৰত হোৱা আত্মঘাতী আক্ৰমণৰ প্ৰতিশোধ লোৱা হ'ব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে সদৰী কৰিছে। কাবুল বিমানবন্দৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত জ’ বাইডেনে প্ৰদান কৰিছে এই বিস্ফোৰক মন্তব্য। বৃহস্পতিবাৰে কাবুল বিমানবন্দৰৰ বাহিৰত বিদেশী নাগৰিক আৰু আফগানসকলক নিৰাপদ স্থানলৈ স্থানান্তৰৰ প্ৰচেষ্টাৰ মাজতে দুটা বিস্ফোৰণ সংঘটিত হৈছিল।

ঘটনাটোত ১৩জন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যসহ শতাধিক লোক নিহত হোৱা বুলি জানিবলৈ পোৱা গৈছে।
সংঘটিত ঘটনাটোৰ প্ৰতি শূন্য সহনশীল নীতি গ্ৰহণৰ লগতে আক্ৰমণত জড়িতসকলক বিচাৰি উলিয়াই উপযুক্ত শাস্তি বিহা হ’ব বুলি জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ