--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসমত হাইভ’ল্টেজ প্ৰচাৰ চলাব বিজেপিয়ে৷ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে সমষ্টিয়ে সমষ্টিয়ে আসন দখলৰ চেষ্টা শাসকীয় দলটোৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ অসমত নিৰ্বাচনী ধুমুহা বলাবৰ বাবে আহিব বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : পূৰ্বৰ নিৰ্বাচনত নথকা বিশেষ পোষ্টেল বেলেট ব্যৱস্থা গ্ৰহণ ৰাজ্যিক নিৰ্বাচন আয়োগৰ

পুনৰ ৬ বাৰ অসমত প্ৰচাৰ চলাব আহিব প্ৰধানমন্ত্ৰী মোদী৷ ইতিমধ্যে মোদীৰ সভাৰ দিন আৰু স্থান চূড়ান্ত কৰিছে বিজেপিয়ে৷ অসমৰ লগতে পশ্চিমবংগতো ২০ খন নিৰ্বাচনী সভাত অংশ ল’ব মোদীয়ে৷

আৰু পঢ়িব পাৰিব : লুৰীণজ্যোতি গগৈৰ ওপৰত কৰা আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

অৱশ্যে বৰ্তমানলৈকে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা নাই যদিও এইবাৰ নিৰ্বাচনত বহু নতুন প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব লাভ কৰিব বুলি প্ৰায় নিশ্চিত কৰিছে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ