--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : অতিশীঘ্ৰে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস হ'ব পাৰে ভাৰতত৷ এই সিদ্ধান্ত লোৱাৰ কথা চিন্তা-চৰ্চা কৰিছে ভাৰতৰ বিত্ত মন্ত্ৰালয়ে৷ ভাৰতত আকাশলম্ভী পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ মাজতে এতিয়া কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে আবকাৰী শুল্ক হ্ৰাস কৰা বিকল্পৰ ওপৰত বিবেচনা কৰি আছে৷

আৰু পঢ়িব পাৰিব :বিশ্বনাথৰ চাহ বাগিচাত চাহপাত ছিঙি শ্ৰমিকৰে সৈতে বাৰ্তালাপ প্ৰিয়ংকাৰ

বিগত ১০ মাহত অশোধিত তেলৰ মূল্য দুগুণ বৃদ্ধি কৰি সৰ্বসাধাৰণক মাধমা সোধাইছিল। যাৰ ফলত সাধাৰণ ৰাইজে পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্যৰ প্ৰায় ৬০% কৰ আৰু শুল্ক পৰিশোধ কৰিবলগীয়া হৈছে৷ কৰ'না মহামাৰীয়ে ভাৰতৰ অৰ্থিক কাৰ্য-কলাপক বাৰুকৈ হানি কৰিছিল৷ আৰু এনে সময়তেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে বিগত ১২মাহত পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত দুবাৰ কৰ বৃদ্ধি কৰিছিল৷ যাৰ ফলত যোৱা বছৰ উপভোক্তাসকলকে তেলৰ মূল্য দুগুন পৰিশোধ কৰিবলগীয়া হয়৷

আৰু পঢ়িব পাৰিব :ভেৰগাঁৱত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱঃ ৭ পৰিয়ালৰ ক্ষতিসাধন

এনে অভাৱনীয় মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিত্ত মন্ত্ৰালয়ে এতিয়া কৰ হ্ৰাস কৰা সম্পৰ্কত বিবেচনা কৰিবলৈ বিভিন্ন ৰাজ্য, তেল কোম্পানী আৰু তেল মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি আছে। সূত্ৰৰ মতে কেন্দ্ৰই এইটোও চাব লাগিব যে, কৰ হ্ৰাস কৰাৰ দ্বাৰা ইয়াৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ নপৰে যাতে। ‘আমি দাম কেনেদৰে স্থিৰ ৰাখিব লাগে সেই বিষয়ে আলোচনা কৰি আছো। মাৰ্চৰ মাজভাগলৈ, ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ