--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ইন্দিৰা গান্ধীয়ে দেশত বলৱৎ কৰা জৰুৰী অৱস্থা আছিল এক ভুল পদক্ষেপ। এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে। এটা অনুষ্ঠানত তেওঁ এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

আৰু পঢ়িব পাৰিব : পথ দুৰ্ঘটনা : এজনৰ মৃত্যু, গৰ্ভৱতী মহিলাসহ আহত বহুজন

তদানীন্তন প্ৰধানমন্ত্ৰী তথা ৰাহুলৰ আইতাক ইন্দিৰা গান্ধীয়ে বলৱৎ কৰা জৰুৰী অৱস্থাক ভুল পদক্ষেপ আখ্যা দিয়াৰ লগতে ৰাহুলে মন্তব্য কৰে যে, বিজেপি-আৰএছএছে কৰাৰ দৰে কংগ্ৰেছে কেতিয়াও দেশৰ সাংবিধানিক প্ৰতিষ্ঠানবোৰ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা নাই।

আৰু পঢ়িব পাৰিব : কংগ্ৰেছৰে মিত্ৰতা : দুই মেৰুত অৱস্থান অখিল-লুৰিণৰ

ভাৰত চৰকাৰৰ প্ৰাক্তন মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা তথা কৰ্নেল বিশ্ববিদ্যালয়ৰ অধ্যাপক কৌশিক বসু তথা ভালেমান শিক্ষাৰ্থীৰ সৈতে কথা-বতৰা পতাৰ সময়ত এই মন্তব্য কৰে ৰাহুলে। ইন্দিৰাৰ পদক্ষেপ ‘ভুল’ আছিল তেওঁ স্পষ্টভাৱে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে, জৰুৰী অৱস্থাৰ সময়ত যি ঘটিছিল আৰু আজি যি হৈ আছে তাৰ মাজত মৌলিক পাৰ্থক্য আছে। কংগ্ৰেছে কেতিয়াও দেশৰ সাংবিধানিক গাঁঠনিত হাত দিবলৈ চেষ্টা কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ