--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ স্বনামধন্য অভিনেতা দিলীপ কুমাৰক পুনৰ চিকিত্সাডলয়ত ভৰ্তি কৰা হৈছে। হাওঁফাওঁৰ সংক্ৰমণৰ বাবে অভিনেতাগৰাকীক মুম্বাইৰ হিন্দুজা চিকিত্সা লয়ত ভৰ্তি কৰা হৈছে। বৰ্তমান অভিনেতাগৰাকীৰ স্বাস্থ্য ক্ৰমাত সুস্থিৰ পৰ্যায়লৈ উন্নীত হোৱা বুলি চিকিত্সা লয় কৰ্তৃপক্ষই জানিবলৈ দিছে। উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে তেওঁক চিকিত্সা লয়ত ভৰ্তি কৰোৱা হৈছিল।


বৰ্তমান হিন্দুজা চিকিত্সাচলয়ত চিকিত্স্ক নীতিন গোখলে, অৰুণ শ্বাহ আৰু জলীল ফাৰুকীয়ে অভিনেতাগৰাকীৰ চিকিত্সাণত জড়িত হৈ আছে। চিকিত্সগক জলীল ফাৰুকীয়ে অভিনেতাগৰাকীৰ স্বাস্থ্য সম্পৰ্কে পূৰ্বৰে পৰাই অৱগত আছিল। সেয়ে তেওঁ লীলাৱতী চিকিত্সাৰলয়ৰ পৰাই যোগাযোগ কৰি আছে। জানিব পৰা মতে অভিনেতাগৰাকীৰ হাওঁফাওঁৰ বহিঃভাগত তৰল পদাৰ্থ জমা হৈছিল। যাৰ বাবে তেওঁ অসুস্থ হৈ পৰিছিল। অৱশ্যে, চিকিত্সাৰৰ পাছত এই তৰল পদাৰ্থখিনি উলিয়াই পেলোৱা হৈছে। সম্প্ৰতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে তেওঁৰ স্বাস্থ্য। ইফালে বলীউড তথা অনুৰাগীসকলে প্ৰিয় অভিনেতাগৰাকীৰ আশুআৰোগ্য কামনা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ