--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতমলৈ চমন জাৰি কৰিছে এনফৰ্চমেন্ট ডিৰেক্টৰৰ চমুকৈ ইডিয়ে। তদন্তকাৰী সংস্থাটোয়ে অভিনেত্ৰীগৰাকীক অহা সপ্তাহত মুম্বাইৰ কাৰ্যালয়লৈ মাতি পঠিয়াইছে।

য়ামী গৌতমৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। অহা সপ্তাহত মুম্বাইৰ EDৰ কাৰ্যালয়ত জেৰা হ’‍ব পাৰে য়ামী গৌতমৰ। বিদেশী মুদ্ৰা বিনিময় সংক্ৰান্তীয় অভিযোগত য়ামী গৌৰমক জেৰা কৰাৰ সম্ভাৱনা। ৭ জুলাইত অভিনেত্ৰীগৰাকীৰ জবানবন্দী কৰা হ’‍ব পাৰে।

বলীউডৰ হিট্ ছবি বিকি ড’নাৰ, বদলাপুৰ, কাবিল ছবিত অভিনয় কৰি অনুৰাগীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল য়ামী গৌতম। উৰি দ্য চাৰ্জিকেল ষ্টাইকত য়ামী গৌতমে অনন্য অভিনয় কৰিছে। ৪ জুনত বিয়াৰ পাছত বৃহস্পতিবাৰে পুনৰ শ্বুটিং আৰম্ভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ