--°C
Loading...
Listen to Article
2 min read
80%

আগ্ৰা : বিশ্ববিখ্যাত কীৰ্তিচিহ্ন তাজমহলৰ নাম সলনি হ’ব। তাজমহলৰ নাম হ’ব ‘ৰামমহল’ বা ‘শিৱ মহল’। এই দাবী কৰিছে বিজেপিৰ এগৰাকী বিধায়কে। দেশত নাম সলনিৰ পৰম্পৰাই সণ্ঢালনি ৰূপ লোৱাৰ সময়তে সকলোকে চেৰাই গৈ শ্বাহজাহান-মমতাজৰ প্ৰেমৰ কীৰ্তিচিহ্ন হিচাপে চিহ্নিত যাউতিযুগীয়া এই ঐতিহ্যৰ পৰিচয় সলনিৰ দাবী জনালে উত্তৰ প্ৰদেশৰ বাইৰিয়া সমষ্টিৰ বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙে।

আৰু পঢ়িব পাৰিব : জন্মদিনত নতুন ছবিৰ ফাৰ্ষ্টলুক মুকলি কৰিলে আলিয়াই

কেৱল এয়াই নহয়, সিঙে দাবী কৰে যে তাজমহল পূৰ্বে এটা শিৱ মন্দিৰ আছিল আৰু ইয়াক এতিয়া পুনৰ শিৱ মন্দিৰলৈ ৰূপান্তৰ কৰা হ’ব। বিধায়কজনে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মাৰাঠা সম্ৰাট চত্ৰপতি শিৱাজীৰ বংশজ বুলিও দাবী কৰে। মোগল শাসকে ভাৰতৰ সংস্কৃতি সৰ্বতোপ্ৰকাৰে ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ কৰি তেওঁ কয়, বৰ্তমানৰ উত্তৰ প্ৰদেশৰ সোণালী যুগত এই সকলো সলনি কৰা হ’ব।

আৰু পঢ়িব পাৰিব : ডিজিটেল ইণ্ডিয়াৰ সপোন আৰু চৰকাৰৰ নতুন ইণ্টাৰনেট নীতি

তেওঁ কয়, ‘যদি ঈশ্বৰে আশীৰ্বাদ কৰে তেন্তে আপোনালোক সকলোৱে সোনকালে তাজ মহলৰ নাম ৰাম মহল বা শিৱ মহল কৰা দেখিবলৈ পাব। তাজ মহল অতীতত এটা শিৱ মন্দিৰ আছিল আৰু ই পুনৰ ৰাষ্ট্ৰীয় ঐতিহ্য বা ৰাম মন্দিৰৰ ৰূপ পাব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ