--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈয়ে কেইবাটাও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা ড’নাল্ড ট্ৰাম্প চৰকাৰে গ্ৰহণ কৰিব আৰু এটা কঠোৰ সিদ্ধান্ত ৷

এইবাৰ পাকিস্তান আৰু আফগানিস্তানৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিবলৈ তৎপৰ হৈছে ট্ৰাম্প চৰকাৰ ৷ আমেৰিকাৰ এক সংবাদপত্ৰই প্ৰকাশ কৰা অনুসৰি এসপ্তাহৰ ভিতৰতেই পাকিস্তান আৰু আফগানিস্তানকে ধৰি আৰু কেইখনমান ৰাষ্ট্ৰৰ ওপৰত জাৰি কৰা হ’ব আমেৰিকা ভ্ৰমণত নিষেধাজ্ঞা ৷

আমেৰিকাৰ নিৰপত্তা সুনিশ্চিত কৰিবলৈকে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও প্ৰকাশ কৰা হৈছে সংবাদপত্ৰত ৷ সন্ত্ৰাসবাদ বিৰোধী অভিযানত তালিবানি সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাত পাকিস্তানে সহায় কৰা বুলি ধন্যবাদ জনাই এতিয়া পাকিস্তানী নাগৰিকক আমেৰিকা ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিব ওলাইছে ডনাল্ড ট্ৰাম্পে ৷

আমেৰিকাই ভ্ৰমণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব বিচৰা সিদ্ধান্তকলৈ বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ