--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৫ বছৰ অতিক্ৰম কৰিলে ৰোহিত শৰ্মাই। বৃহস্পতিবাৰে এটা আৱেগিক টুইট পোষ্ট হিটমেন ৰোহিতে। টীম ইণ্ডিয়াৰ অধিনায়কৰ এই পোষ্টটো বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ৰোহিতে লিখিছে, ‘ভাৰতৰ হৈ আত্মপ্ৰকাশ কৰাৰ পিছত আজি মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৫ বছৰ সম্পূৰ্ণ কৰিম। এই যাত্ৰাক মই গোটেই জীৱন লালন কৰিম। মোৰ এই যাত্ৰাত অংশগ্ৰহণ কৰা আৰু আজিৰ খেলুৱৈ হোৱাত সহায় কৰা সকলোকে মই ধন্যবাদ জনাইছো। তেওঁলোকক বিশেষ ধন্যবাদ। সকলো ক্ৰিকেট অনুৰাগী, সমালোচকৰ মৰম আৰু সমৰ্থনেই আমাক অনিবাৰ্যভাৱে বহু বাধা অতিক্ৰম কৰাত সহায় কৰে।’

আজিৰ দিনটোতে ভাৰতীয় দলটোৱে লেইচেষ্টাৰৰ বিৰুদ্ধে চাৰিদিনীয়া ৱাৰ্ম আপ মেচত অৱতীৰ্ণ হ’ব। ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পঞ্চমখন টেষ্ট ১ জুলাইৰ পৰা আৰম্ভ হ’ব। প্ৰথমবাৰৰ বাবে বিদেশৰ মাটিত দলত নেতৃত্ব দিব ৰোহিত শৰ্মাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ