--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত কেতিয়াবা কিছুমান ফটো বা ছবি ভাইৰেল হয়। যাৰ দ্বাৰা আপোনাৰ বুদ্ধিমত্তাৰ পৰিচয় লোৱা হয়। আপুনি কিমান জিনিয়াচ তাৰো পৰীক্ষা কৰা হয়। এনেকুৱা ছবিক অপটিকেল ইলুচন বুলি কোৱা হয়। 

বৰ্তমান সময়ত অপটিকেল ইলুচনৰ সমাদৰ বহু বেছি। অপটিকেল ইলুচনে মানুহৰ মগজুৰ ক্ষীপ্ৰ কৰি তোলাত সহায় কৰে। অপটিকেল ইলুচনে আমাৰ দৃষ্টি বিভ্ৰম কৰিবলৈও চেষ্টা কৰে। এই ফটোখনত লুকাই থকা জীৱ-জন্তুৰ সংখ্যা মাত্ৰ ৮ ছেকেণ্ডতে ক’ব পৰাজন জিনিয়াছ

আজি আমি আপোনালোকৰ বাবে লৈ আহিছো অপটিকেল ইলুচনৰ সৈতে জড়িত এখন অতি আচৰিত ছবি। এই ছবিখন দেখি আপোনাৰ মনটো ক্ষন্তেক সময়ৰ বাবে উৰি যাব। এই ছবিখনত কিমান জীৱ-জন্তু লুকাই আছে সেইটো আপুনি ক’ব লাগিব। ইয়াৰ বাবে আপোনাৰ হাতত মাত্ৰ ৮ ছেকেণ্ড সময় আছে। ৮ ছেকেণ্ডতে যদি আপুনি আটাইকেইটা প্ৰাণীৰ নাম বিচাৰি উলিয়াব পাৰে তেন্তে আপুনি নিশ্চয়কৈ জিনিয়াচ।

চেষ্টা কৰক। এই কাম বহুতৰ বাবে অতি সহজ যদিও কিছুমানৰ বাবে অতি কঠিন। কিছুমানে অলপ পাৰে, অলপ নোৱাৰে। এই সকলোবোৰ আপোনাৰ মগজুৰ ক্ষীপ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে। 

যদি এতিয়ালৈকে এই ছবিখনত লুকাই থকা সকলো জীৱ-জন্তুৰ সঠিক সংখ্যা আপুনি জানিব পৰা নাই, তেন্তে এই তলত থকা ফটোখনত চাই লওক। এটা এটাকৈ সকলো জীৱ-জন্তুৰ সৈতে চিনাকি কৰাই দিয়া হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ