--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিমখ অবিহনে খাদ্যৰ খোৱাদ আধৰুৱা। কিন্তু সঠিক পৰিমাণত নিমখ সেৱন কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী। আনহাতে যদি আপুনি ইয়াক অতিৰিক্তভাৱে সেৱন কৰে তেন্তে ই শৰীৰৰ বাবে ক্ষতিকাৰকো হ’ব পাৰে, জানো আহক।

 * অত্যধিক নিমখ সেৱন কৰাটো হৃদযন্ত্ৰৰ বাবে বিপজ্জনক। ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

 * বেছিকৈ নিমখ সেৱন কৰিলে পেট ফুলা হ’ব পাৰে। কাৰণ নিমখ অত্যধিক সেৱনৰ ফলত পেটত পানী জমা হয়। যাৰ বাবে পেট ফুলাৰ সমস্যা হয়।

 * অধিক নিমখ সেৱনে বি পিৰ সমস্যা বৃদ্ধি কৰে আৰু তেজত ছ’ডিয়ামৰ পৰিমাণ বৃদ্ধি কৰে।

 * বেছিকৈ নিমখ খালে বৃক্কৰ সমস্যা বৃদ্ধি পাব পাৰে। কাৰণ নিমখ খালে শৰীৰত অধিক ঘাম ওলায়। যাৰ বাবে বৃক্কৰ সমস্যা বৃদ্ধি পায়।

 * অত্যধিক নিমখ সেৱনৰ বাবে ছালৰ লগত জড়িত সমস্যাও আৰম্ভ হয়। এনে পৰিস্থিতিত নিমখ কম পৰিমাণেহে সেৱন কৰিব লাগে।ো








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক