--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানসিক উদ্বেগ অথবা অস্থিৰতাত ভোগা লোকৰ সংখ্যা বৰ্তমান যথেষ্ট বৃদ্ধি পাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, উদ্বেগ এক মানসিক স্বাস্থ্য বিকাৰৰ ফলত বা অত্যাধিক ভয় আৰু চিন্তাৰ ফলত উদ্ভৱ হ’ব পাৰে। যদি সময়মতে এই ৰোগ সম্পৰ্কত গুৰুত্ব দিয়া নহয় তেন্তে ইয়াৰ ফলত  গুৰুত্বপূৰ্ণ ক্ষতি হ'ব পাৰে। সেয়েহে, লক্ষণবোৰ চিনাক্ত কৰা আৰু অগ্ৰাধিকাৰৰ ভিত্তিত বিশেষজ্ঞ এজনৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে। 

এই ৰোগসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিছিল স্বাস্থ্য বিশেষজ্ঞ  ডাঃ তাৰা স্কটে৷  যিয়ে এই ৰোগ প্ৰতিৰোধৰ বাবে পাঁচবিধ  খাদ্যৰ নাম উল্লেখ কৰিছিল যি উদ্বেগৰ স্তৰ হ্ৰাস কৰিব পাৰে। যদি আপুনিও মানসিক উদ্বেগত ভুগি আছে তেন্তে এই বিশেষ খাদ্য কেইবিধ গ্ৰহণ কৰি মানসিক উদ্বেগ নিৰাময় কৰিব পাৰে—

১/ভিটামিন ডি আৰু কে: নিশ্চিত কৰিব যে এই ভিটামিনবোৰ আপোনাৰ প্ৰণালীত পৰ্যাপ্ত, বিশেষকৈ কে১ আৰু ডি৩৷  এই ভিটামিন  সেই সকল লোকৰ বাবে অধিক যিয়ে  পৰ্যাপ্ত সময় নাপায় ৰ’দৰ তাপত থাকিবলৈ নাপায়৷ 

২/জিংক আৰু তাম: নিম্ন জিংক আৰু উচ্চ তামৰ স্তৰে উদ্বেগ হ্ৰাসত অৰিহণা যোগাব পাৰে। 

৩/ মেগনেছিয়াম: নিম্ন মেগনেছিয়াম উদ্বেগ আৰু হতাশাৰ সৈতে সম্পৰ্কিত। যদি আপোনাৰ মেগনেছিয়ামৰ স্তৰ পৰীক্ষা কৰাৰ পিছত পৰ্যাপ্ত নহয় বুলি বিবেচিত হয় তেনেহ'লে পৰিপূৰক এটা থকাটো নিশ্চিত কৰিব। 

৪/ অমেগা ৩ ফেটি এচিড: যদি আপুনি যথেষ্ট মাছ নাখায়, নিশ্চিত কৰিব যে এই পৰিপূৰক আপোনাৰ আহাৰত অন্তৰ্ভুক্ত হয়। দৰাচলতে, আত্মহত্যাৰ প্ৰৱণতা মনলৈ অহা  যুৱক-যুৱতীসকলৰ বাবেও ডি.এইচ.এ. নিৰ্ধাৰণ কৰা হয়।












FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক