--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • AS01CC 2143 নম্বৰৰ ট্ৰাকখন মেৰাপানীৰে নাগালেণ্ডলৈ অবৈধভাৱে সুৰা সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে।

ডিজিটেল ডেস্ক: মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ। অৰুণাচলৰ পৰা মেৰাপানী হৈ নাগালেণ্ডত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে আৰক্ষীৰ জালত পৰে সুৰা ভৰ্ত্তি ট্ৰাকখন। 


অতি কৌশলেৰে লুকুৱাই অনা অবৈধ সুৰা ভৰ্ত্তি এখন ট্ৰাকখন জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছে মেৰাপানী আৰক্ষী। AS01CC 2143 নম্বৰৰ ট্ৰাকখন মেৰাপানীৰে নাগালেণ্ডলৈ অবৈধভাৱে সুৰা সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে।


চাঞ্চল্যকৰভাৱে পোহৰলৈ আহিছে যে ট্ৰাকখনত সুৰাৰ কাৰ্টনসমূহ অতি কৌশলেৰে চিমেণ্টৰ মাজত লুকুৱাই অনা হৈছিল, যাতে সাধাৰণ তালাচীত ধৰা নপৰে। আৰক্ষীয়ে ট্ৰাকখন তালাচী চলোৱাৰ সময়তে এই গোপন কৌশল উদঘাটন কৰে। ট্ৰাকখনত প্ৰায় ৬০০ কাৰ্টন অৰুণাচলী সুৰা আছিল।


এই ঘটনাৰ সৈতে জড়িত ট্ৰাকখনৰ চালক ললিত সিং আৰু হেণ্ডিমেন প্ৰেম কুমাৰক ঘটনাস্থলীৰ পৰা আটক কৰা হৈছে। এই ঘটনাই সীমান্ত অঞ্চলত চলি থকা অবৈধ সুৰা সৰবৰাহৰ জাল পুনৰ এবাৰ উন্মোচিত কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত আন লোকৰ সন্ধানত তদন্তত অধিক জোৰদাৰ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ