--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • স্কুটিত উঠি অহা তিনি জন চোৰে ছুৱেন্দ্ৰ গুপ্তাৰ দোকানৰ তলা ভাঙি ৫০-৬০ হাজাৰ টকাৰ সামগ্ৰী লৈ উধাও হয়।

ডিজিটেল ডেস্ক: পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ দিলে চোৰে। এইবাৰ চোৰে মহানগৰীৰ নাৰেংগীৰ ফৰেষ্ট গেটৰ পেট্ৰল পাম্পৰ সমীপৰ গেলা মালৰ দোকানৰ তলা ভাঙি লৈ গ’ল বিভিন্ন সামগ্ৰী। সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল চি চি টিভিৰ কেমেৰাত।


স্মাৰ্ট আৰক্ষীক প্ৰত্যাহ্বান জনাই নাৰেংগীৰ ফৰেষ্ট গেটৰ পেট্ৰল পাম্পৰ সমীপৰ গেলা মালৰ দোকানৰ পৰা চোৰে লৈ গ’ল বিভিন্ন খাদ্য সামগ্ৰী। স্কুটিত উঠি অহা তিনি জন চোৰে ছুৱেন্দ্ৰ গুপ্তাৰ দোকানৰ তলা ভাঙি ৫০-৬০ হাজাৰ টকাৰ সামগ্ৰী লৈ উধাও হয়। 


আজি পুৱাৰ ভাগত দোকানৰ গৰাকী দোকান খুলিবলৈ আহি চুৰি কাৰ্য ধৰা পেলায়। 


ঘটনা সন্দৰ্ভত দোকানখনৰ গৰাকীয়ে নুনমাটি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ