--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহিলাৰ ৫৯ কিলোগ্ৰাম ভাৰোত্তোলন শ্ৰেণীত ভাৰতৰ পপী হাজৰিকাই সপ্তম স্থানত থমকি ৰ’বলগীয়া হৈছে৷ অসমকন্যা পপী হাজৰিকাৰ প্ৰদৰ্শনক লৈ যথেষ্ট আশাবাদী দেখা গৈছিল অসমবাসীক৷ চলিত কমনৱেলথ গেমছত ভাৰতে প্ৰথমবাৰৰ বাবে ভাৰোত্তোলন পদকৰ পৰা বঞ্চিত হয় পপী হাজৰিকাই তেওঁৰ ৫৯ কিলোগ্ৰাম ইভেণ্টত সপ্তম স্থান লাভ কৰাৰ পিছত।

ভাৰতীয় খেলুৱৈগৰাকীকক স্নেচ আৰু ক্লিন এণ্ড জাৰ্কৰ যুটীয়া প্ৰদৰ্শনত তেওঁ ছটা লিফ্টৰ মাত্ৰ দুটা সম্পূৰ্ণ কৰিবলৈ সক্ষম হোনা দেখা গৈছিল৷ তেওঁ ভালদৰে আৰম্ভ কৰাৰ প্ৰথম স্নেচ প্ৰচেষ্টাত ৮১ কিলোগ্ৰাম ভাৰ উত্তোলন কৰিছিল, কিন্তু ইয়াক উন্নত কৰাত ব্যৰ্থ হৈছিল।

এই প্ৰতিযোগিতাত নাইজেৰিয়া, ইংলেণ্ড আৰু কানাডাৰ আধিপত্য আছিল যিয়ে ক্ৰমে স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জ জয় কৰিছিল। নাইজেৰিয়াই আনকি ২০৬ কিলোগ্ৰামৰ যুটীয়া উত্তোলনৰ সৈতে গেমছৰে ৰেকৰ্ড ভংগ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ