--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নতুন দিল্লীত বিজেপি মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুৰ সংবাদমেল। উপস্থিত আন কেইবাগৰাকীও কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বহুকেইগৰাকী সাংসদ।

 আমি সকলো আদিবাসী, আজি দুখী মনৰে আহিছো। যি কথা আজি হ'ব নালাগিছিল, লোকসভাত কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ৰাষ্ট্ৰপতিক কৰা মন্তব্য অশোভনীয় তথা দুখজনক। আদিবাসী মহিলা এগৰাকী নিৰ্বাচিত হোৱাৰ পাছতো কৰি থকা মন্তব্য অসংবিধানিক। অধীৰ ৰঞ্জন চৌধুৰীয়ে কৰা মন্তব্যৰ বাবে কংগ্ৰেছ দল, ছোনিয়া গান্ধীয়ে ক্ষমা বিচাৰিব লাগে।

 এই বিষয়টোৰ পৰা আঁতৰিব নালাগে, কংগ্ৰেছৰ এই টিপ্পনি মানি ল’ব নোৱাৰি বুলি কয় কিৰেণ ৰিজিজুৱে। ৰাষ্ট্ৰপতি পদৰ এয়া অপমান, এয়া আদিবাসী মহিলাৰ অপমান, এয়া সমগ্ৰ দেশৰেই অপমান। আজি কংগ্ৰেছৰ বক্তব্যই দেশৰ জনজাতিৰ প্ৰতি থকা প্ৰকৃত ছবিখন দাঙি ধৰিলে। কংগ্ৰেছৰ এই অপৰাধৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ