--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ তালিবান যোদ্ধাসকলে ঘৰে ঘৰে গৈ নাটো মিত্ৰজোঁট আৰু আফগান চৰকাৰক সহায় কৰা নাগৰিকসকলৰ অনুসন্ধান অব্যাহত ৰাখিছে। যদি তেওঁলোকে নিজকে ধৰা নিদিয়ে তেন্তে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক গ্ৰেপ্তাৰ, জেৰা আৰু উচিত শাস্তি বিহাৰ কথাও স্পষ্টকৈ প্ৰকাশ কৰিছে তালিবানীয়ে । এনে পৰিপ্ৰেক্ষিতত আফগান নাগৰিকসকলৰ নিৰাপত্তাৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনে এই সতৰ্কবাণী জাৰি কৰিছে।


উল্লেখ্য যে , উগ্ৰ ইছলামপন্থী তালিবানে ক্ষমতা দখল কৰাৰ পাছৰে পৰা আফগানসকলক আশ্বস্ত কৰিবলৈ চেষ্টা কৰি অহাৰ লগতে আফগান নাগৰিকসকলৰ ওপৰত কোনো ধৰণৰ প্ৰতিশোধ নোলোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও এই আশ্ৱাসত আশ্ৱস্ত হ’ব পৰা নাই আফগানসকল।

প্ৰাণৰ মমতাত দেশ এৰি বিদেশলৈ পলায়ন কৰিছে সহস্ৰ নাগৰিকে। এনে সময়তে তালিবানে ৰাষ্ট্ৰসংঘক চোৰাংচোৱা তথ্য প্ৰদান কৰা সকলক লক্ষ্য কৰি লোৱা বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা গোপন প্ৰতিবেদনে অধিক শংকিত কৰি তুলিছে আফগানসকলক। জানিবলৈ পোৱা মতে, এই তথ্য নৰ্ৱেজিয়ান চেণ্টাৰ ফ’ৰ গ্ল’বেল এনালাইচিছ-ৰিপৰ্টৰ পৰা এটা গোপন প্ৰতিবেদনত প্ৰকাশ পাইছিল। ৰাষ্ট্ৰসংঘই এই সংস্থাটোৰ পৰা চোৰাংচোৱা তথ্য লাভ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ