--°C
Loading...
Listen to Article
2 min read
80%
১ আগষ্ট ২০২৩, মঙলবাৰ

মেষ : ব্যৱসায়ত সচেতন হ’ব লাগিব। বৰ্ধিত খৰচৰ ফলত সঞ্চয়ত বাধা। দাম্পত্য বিবাদৰ সম্ভাৱনা।

বৃষ : ৰাস্তাই–ঘাটে ঘূৰি ফুৰাৰ সময়ত সাৱধান হওক। সম্পত্তিক লৈ বিবাদ হ’ব পাৰে।

মিথুন : মানসিক অস্থিৰতা বাঢ়িব। প্ৰতিৱেশীৰ সৈতে ভুল বুজাবুজি। কৰ্মত সফলতা।

কৰ্কট : সৃষ্টিশীল কামত উন্নতি। বিদ্যাৰ্থীৰ বাবে শুভ। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে।

সিংহ : ভূমি কিনাৰ বাবে শুভ দিন। কৰ্মত উন্নতি। অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা।

কন্যা : ব্যৱসায়ত নতুন সুযোগ। অৰ্থাগমন হ’ব পাৰে। বিদেশ ভ্ৰমণৰ পৰিকল্পনা।

তুলা : ঠাণ্ডা মগজুৰে সতৰ্কতাৰ সৈতে কাম কৰিব লাগিব। অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা।

বৃশ্চিক : ৰোগৰ প্ৰতি আওকান নকৰিব। আৰ্থিক চাপ বাঢ়িব পাৰে।

ধনু : ব্যৱসায় বিনিয়োগ নকৰাই ভাল আজিৰ দিনটোত। দাম্পত্য জীৱনত শান্তিৰ যোগ।

মকৰ : ভৱিষ্যৎ পৰিকল্পনাৰ বাবে শ্ৰেষ্ঠ সময়। খৰচ বাঢ়িব। প্ৰেমত শুভ।

কুম্ভ : চাকৰিৰ ক্ষেত্ৰত উন্নতি। ভ্ৰমণৰ সুযোগ। ঘৰলৈ অতিথিৰ আগমনৰ সম্ভাৱনা।

মীন : বিপদত আত্মৰক্ষা কৰিব লাগিব। চলি থকা কামত বাধা আহিব পাৰে। অৰ্থপ্ৰাপ্তিত বাধা।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ