--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰৰ মতে ৰাশিফলত ৯টা গ্ৰহ আৰু ২৭টা নক্ষত্ৰমণ্ডল আছে। যদি এই গ্ৰহবোৰৰ এটাও অশুভ অৱস্থাত থাকে, তেন্তে মানুহৰ জীৱনত কেৱল বিপদৰ সৃষ্টি হয়। এনে পৰিস্থিতিত ৯টা গ্ৰহৰ অৱস্থা উন্নত কৰিবলৈ কিছুমান গছ-গছনিৰ কথা উল্লেখ কৰা হৈছে, যিয়ে গ্ৰহৰ দোষ দূৰ কৰি ব্যক্তিজনৰ ভাগ্যক জিলিকাই তোলে।

 ১. জ্যোতিষশাস্ত্ৰত কেতু গ্ৰহক ছাঁয়া গ্ৰহ বুলি গণ্য কৰা হয়। ৰাশিফলত কেতুৰ বেয়া অৱস্থানে এজন ব্যক্তিৰ জীৱনত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। কেতুৰ অৱস্থা শুধৰাবলৈ অশ্বগন্ধা গছত পূজা কৰিব লাগে। কোৱা হয় যে এই গছত পূজা কৰিলে মানুহৰ মানসিক সমস্যাবোৰ নাইকিয়া হয়। কেৱল এয়াই নহয়, এই উদ্ভিদক পূজা কৰিলে এজন ব্যক্তিৰ সকলো ইচ্ছা পূৰণ হয়।

 ২. জ্যোতিষশাস্ত্ৰৰ মতে শামি গছ শনি গ্ৰহৰ সৈতে সম্পৰ্কিত। সেয়েহে শনিবাৰে শামি গছত জল অৰ্পণ আৰু পূজা কৰিলে শনি গ্ৰহৰ আশীৰ্বাদ লাভ কৰাৰ লগতে জীৱনলৈ অহা বাধাবোৰো দূৰ হয়।

 ৩. ৰাহুৱে যদি কোনো ব্যক্তিৰ ৰাশিত অশুভ ফল দি আছে বা ৰাহু খঙাল হয়, তেন্তে সেই ব্যক্তিজনে জীৱনত বহুত কষ্টৰ সন্মুখীন হ’বলগীয়া হয়। এই যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ চন্দন গছত পূজা কৰাটো অত্যন্ত শুভ মনা হয়।

 ৪. কোৱা হয় যে আঁহত গছত ভগৱান বিষ্ণুয়ে বাস কৰে। সেয়েহে বৃহস্পতি গ্ৰহৰ শুভ ফলাফলৰ বাবে আঁহত গছক নিয়মিতভাৱে পানী আগবঢ়াব লাগে। আনহাতে বৃহস্পতিবাৰে আঁহত গছক পূজা কৰিলে ভগৱান বিষ্ণুৰ আশীৰ্বাদ পোৱা যায়।

 ৫. ৰাশিফলত বুধৰ বেয়া অৱস্থান শুধৰণি কৰিবলৈ আপামৰ্গ উদ্ভিদ পূজা কৰিব লাগে। ৰাশিফলত বুধৰ বেয়া অৱস্থানে ব্যক্তিজনৰ শাৰীৰিক সমস্যা বৃদ্ধি কৰে।এই ধৰণে আপামৰ্গ উদ্ভিদক পূজা কৰিলে ৰাশিফলত বুধ গ্ৰহ শান্ত হয়।

 ৬. খেৰ উদ্ভিদ মংগল গ্ৰহৰ লগত সম্পৰ্কিত। ইয়াক কঠা বুলিও জনা যায়। এই উদ্ভিদৰ নিয়মীয়া পূজা কৰিলে তেজৰ বিকাৰ আৰু ছালৰ লগত জড়িত ৰোগ নিৰাময় হয় বুলি কোৱা হয়। মানুহৰ প্ৰতিপত্তি বাঢ়ি যায়। জ্যোতিষৰ মতে মংগল গ্ৰহক শান্ত কৰিবলৈ এই উদ্ভিদৰ পূজা শুভ আৰু ফলদায়ক বুলি প্ৰমাণিত হয়।

 ৭. পলাশ গছ চন্দ্ৰ গ্ৰহৰ সৈতে সম্পৰ্কিত। চন্দ্ৰক মনৰ কাৰক হিচাপে গণ্য কৰা হৈছে। কোৱা হয় যে এই উদ্ভিদক পূজা কৰিলে মনটো শান্ত হয়, ইয়াৰ লগতে ব্যক্তিজনে মানসিক ৰোগৰ পৰাও মুক্তি পায়। এই উদ্ভিদক পূজা কৰিলে ব্যক্তিজনে শুভ ফল লাভ কৰে।

 ৮. জ্যোতিষশাস্ত্ৰৰ মতে মদাৰ গছ সূৰ্য্যৰ সৈতে সম্পৰ্কিত। ইয়াক আক বা আকন্দ উদ্ভিদ বুলিও কোৱা হয়। শাস্ত্ৰ মতে এই উদ্ভিদ পূজা কৰিলে ব্যক্তিৰ বৌদ্ধিক বিকাশ হয়। ৰাশিফলত সূৰ্য্যৰ অৱস্থান অনুকূল কৰিবলৈ দেওবাৰে পূজা কৰি সূৰ্য্যৰ মহিমা লাভ কৰাটো ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক