--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অখিল গগৈৰ সৈতে লুৰিণজ্যোতি গগৈৰ বৈঠক। দুঘণ্টা ধৰি চলা এই বৈঠক সমাপ্ত। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত আসন বুজা-বুজি সন্দৰ্ভত অনুষ্ঠিত হৈছিল এই বৈঠক৷ শীঘ্ৰে আসন বুজা বুজিৰ সন্দৰ্ভত ঘোষণা কৰিব দল দুটাই।

আৰু পঢ়িব পাৰিব : আপুনি তেওঁক বিয়া কৰাবনে? ধৰ্ষণকাৰীক ন্যায়ালয়ৰ প্ৰশ্ন

'ৰাইজৰ দল' আৰু 'অসম জাতীয় পৰিষদে' যুটীয়াভাৱে সম্বোধন কৰিব সংবাদমেল৷ প্ৰথম পৰ্যায়ত গৰিষ্ঠসংখ্যক সমষ্টিতে দিব দলীয় প্ৰাৰ্থীত্ব। প্ৰচাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেৰজিৱালৰে যোগাযোগ কৰিছে বুলি জানিবলৈ দিয়ে লুৰিণজ্যোতি গগৈয়ে৷ ৰাষ্ট্ৰীয় আৰু সাম্প্ৰদায়িক শক্তিৰে মিত্ৰতাৰ প্ৰশ্নই নুঠে বুলি দোহাৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা! গঠন হ’ল ‘ফ্লাইং স্কোৱাড’

বিটিএডিৰ ১২সমষ্টিক লৈ নতুন ৰণকৌশল গ্ৰহণ কৰাৰ কথাও প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে৷ হাগ্ৰামাৰে চলা আলোচনা বিফল হোৱাৰ পাছতে এই সিদ্ধান্ত৷ উল্লেখ্য যে, কংগ্ৰেছ নেতৃত্বৰ বিৰোধী মহাজোঁটত যোগ দিছে হাগ্ৰামা নেতৃত্বাধীন বিপিএফ-এ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement